ETV Bharat / bharat

মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ বিজেপিৰ

author img

By

Published : Apr 2, 2021, 8:38 PM IST

ভাৰতীয় জনতা পাৰ্টীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগৰ শীৰ্ষ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ হুগলীত নিৰ্বাচনী ৰেলীত বিজেপিৰ সমৰ্থকক ভাবুকি প্ৰদান কৰাৰ লগতে ভয় দেখুৱাৰ অভিযোগ উত্থাপন কৰি এই অভিযোগ দাখিল বিজেপিৰ ৷

BJP files complaint against Bengal CM
মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ বিজেপিৰ

নিউজ ডেস্ক, 2 এপ্ৰিল : অসমৰ লগতে পশ্চিম বংগতো বলিছে ৰাজনৈতিক গৰম বতাহ ৷ পশ্চিমবংগতো বৃহস্পতিবাৰে অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷

ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগৰ শীৰ্ষ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ হুগলীৰ গোঘাটত এখন নিৰ্বাচনী ৰেলীত বিজেপিৰ সমৰ্থকক ভাবুকি প্ৰদান কৰাৰ লগতে ভয় দেখুৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ৷

লগতে পঢ়ক : তামিলনাডু নিৰ্বাচনঃ সূতা-কম্বল নহয়, বিৰিয়ানীৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.