ETV Bharat / bharat

ৰাম মন্দিৰৰ 'ভূমি পূজন'ৰ প্রস্তুতিৰ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

author img

By

Published : Jun 16, 2020, 1:52 AM IST

কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।

Yogi to visit Ayodhya on June 18, 'bhumi pujan' likely on July 2

উত্তৰ প্ৰদেশ, ১৫ জুন : ৰাম মন্দিৰৰ 'ভূমি পূজন' প্রস্তুতি পর্যালোচনা কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ১৮ জুনত অযোধ্যাত উপস্থিত হ'ব । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সোমবাৰে টুইটত প্ৰকাশ কৰে এই কথা । ৰাম মন্দিৰৰ 'ভূমি পূজন' ২ জুলাই হোৱা সম্ভাৱনা । মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়ন কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে অযোধ্যাৰ আইন শৃঙ্খলা পৰিস্থিতিৰো পৰ্যালোচনা কৰিব ।

শ্রী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা জানিবলৈ দিয়ে । কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.