ETV Bharat / bharat

শ্বহীদ বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ - ভাৰতীয় সেনাৰ উপ সেনাধক্ষ্য এম এম নাৰাৱেনেৰ লগতে বহু কেইজন উচ্চস্তৰীয় বিষয়া উপস্থিত আছিল শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত

সোমবাৰে দিল্লীস্থিত পালম বিমান বন্দৰত ভাৰতীয় সেনাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ পাদম বাহাদুৰ শ্ৰেষ্ট আৰু ৰাইফলমেন গামিল কুমাৰ শ্ৰেষ্টক ৷ ভাৰত-পাকিস্তানৰ লাইন অফ কন্ট্ৰলৰ টাংধাৰ ক্ষেত্ৰত হোৱা গুলিয়াগুলীত শ্বহীদ হৈছিল দুয়োগৰাকী ভাৰতীয় সেনাৰ বীৰ জোৱান ৷ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় সেনাৰ উপ সেনাধক্ষ্য এম এম নাৰাৱেনে ৷

বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Oct 21, 2019, 11:00 PM IST

নিউজ ডেস্ক,21 অক্টোবৰঃ " ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল তেখেতে, কিন্তু উভতি আহিল তেওঁৰ নশ্বৰ দেহ " ৷

সোমবাৰে দিল্লীস্থিত পালম বিমান বন্দৰত ভাৰতীয় সেনাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ পাদম বাহাদুৰ শ্ৰেষ্ঠ আৰু ৰাইফলমেন গামিল কুমাৰ শ্ৰেষ্ঠক ৷ দেওবাৰে ভাৰত-পাকিস্তানৰ লাইন অফ কন্ট্ৰলৰ টাংধাৰ ক্ষেত্ৰত হোৱা গুলিয়াগুলীত শ্বহীদ হৈছিল দুয়োগৰাকী ভাৰতীয় সেনাৰ বীৰ জোৱান ৷ দুয়োগৰাকী বীৰ জোৱান ভাৰতীয় সেনাৰ গোৰ্খা ৰাইফলছৰ সৈনিক আছিল ৷

ভাৰতীয় সেনাৰ উপ সেনাধক্ষ্য এম এম নাৰাৱেনেৰ লগতে বহু কেইজন উচ্চস্তৰীয় বিষয়া উপস্থিত আছিল শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাচতেই নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হয় দুয়োগৰাকী শ্বহীদৰ নশ্বৰ দেহ ৷

শেষ শ্ৰদ্ধাঞ্জলিৰ মূহৰ্ত

উল্লেখ্য যে, দেওবাৰে ভাৰত-পাকিস্তানত সীমান্তত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰিছিল ৷ মুখ্যতঃ অসামৰিক লোকক উদ্দেশ্যে কৰি চলোৱা পাকিস্তানী সেনাৰ আক্ৰমণত এগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে তিনিগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ৷ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদৰ ঘাটি উচ্চেদ কৰে ৷ লগতে প্ৰায় 6 ৰ পৰা 10 জন পাকিস্তানী সৈনিক নিহত হয় ভাৰতীয় সেনাৰ আক্ৰমণত ৷

শ্বহীদ বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ

নিউজ ডেস্ক,21 অক্টোবৰঃ " ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল তেখেতে, কিন্তু উভতি আহিল তেওঁৰ নশ্বৰ দেহ " ৷

সোমবাৰে দিল্লীস্থিত পালম বিমান বন্দৰত ভাৰতীয় সেনাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ পাদম বাহাদুৰ শ্ৰেষ্ট আৰু ৰাইফলমেন গামিল কুমাৰ শ্ৰেষ্টক ৷ দেওবাৰে ভাৰত-পাকিস্তানৰ লাইন অফ কন্ট্ৰলৰ টাংধাৰ ক্ষেত্ৰত হোৱা গুলিয়াগুলীত শ্বহীদ হৈছিল দুয়োগৰাকী ভাৰতীয় সেনাৰ বীৰ জোৱান ৷ দুয়োগৰাকী বীৰ জোৱান ভাৰতীয় সেনাৰ গোৰ্খা ৰাইফলছৰ সৈনিক আছিল ৷

ভাৰতীয় সেনাৰ উপ সেনাধক্ষ্য এম এম নাৰাৱেনেৰ লগতে বহু কেইজন উচ্চস্তৰীয় বিষয়া উপস্থিত আছিল শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাচতেই নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হয় দুয়োগৰাকী শ্বহীদৰ নশ্বৰ দেহ ৷

উল্লেখ্য যে, দেওবাৰে ভাৰত-পাকিস্তানত সীমান্তত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰিছিল ৷ মুখ্যতঃ অসামৰিক লোকক উদ্দেশ্যে কৰি চলোৱা পাকিস্তানী সেনাৰ আক্ৰমণত এগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে তিনিগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ৷  প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদৰ ঘাটি উচ্চেদ কৰে  ৷ লগতে প্ৰায় 6 ৰ পৰা 10 জন পাকিস্তানী সৈনিক নিহত হয় ভাৰতীয় সেনাৰ আক্ৰমণত ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.