নিউজ ডেক্স,২১ জুনঃ আজি বিশ্ব সংগীত দিৱস । পোন প্ৰথমে ১৯৮২ চনত সংগীত দিৱস উদযাপন কৰা হয় পেৰিছত । সেই সময়ত এই দিৱস উদযাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ফান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লাঙে । উল্লেখ্য যে,এই দিৱস "ফেটে দ্যা লা মিউজিক উৎসৱ" হিচাপেও জনাজাত ।
আজি 'বিশ্ব সংগীত দিৱস' - সাংস্কৃতিক
সংগীতে মানুহক কেনেকৈ সহায় কৰে । ক'ত কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল সংগীত দিৱসৰ ? সবিশেষ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদনত...
বিশ্ব সংগীত দিৱস
নিউজ ডেক্স,২১ জুনঃ আজি বিশ্ব সংগীত দিৱস । পোন প্ৰথমে ১৯৮২ চনত সংগীত দিৱস উদযাপন কৰা হয় পেৰিছত । সেই সময়ত এই দিৱস উদযাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ফান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লাঙে । উল্লেখ্য যে,এই দিৱস "ফেটে দ্যা লা মিউজিক উৎসৱ" হিচাপেও জনাজাত ।
Intro:Body:
Conclusion:
WORLD MUSIC DAY
Conclusion:
Last Updated : Jun 21, 2019, 6:34 PM IST