ETV Bharat / bharat

আজি 'বিশ্ব সংগীত দিৱস'

সংগীতে মানুহক কেনেকৈ সহায় কৰে । ক'ত কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল সংগীত দিৱসৰ ? সবিশেষ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদনত...

author img

By

Published : Jun 21, 2019, 6:28 PM IST

Updated : Jun 21, 2019, 6:34 PM IST

বিশ্ব সংগীত দিৱস

নিউজ ডেক্স,২১ জুনঃ আজি বিশ্ব সংগীত দিৱস । পোন প্ৰথমে ১৯৮২ চনত সংগীত দিৱস উদযাপন কৰা হয় পেৰিছত । সেই সময়ত এই দিৱস উদযাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ফান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লাঙে । উল্লেখ্য যে,এই দিৱস "ফেটে দ্যা লা মিউজিক উৎসৱ" হিচাপেও জনাজাত ।

Intro:Body:

WORLD MUSIC DAY 

Conclusion:
Last Updated : Jun 21, 2019, 6:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.