- লক্ষ্নৌত বিজয় সাব্যস্ত কৰিলে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে৷ তিনি লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৰাজনাথ সিঙে৷
- শ্ৰীনগৰত বিজয় সাব্যস্ত কৰে JKNC ৰ নেতা ফাৰুক আব্দুল্লাই৷
- হিমালপ্ৰদেশৰ হামিৰপুৰ লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী অনুৰাগ সিং ঠাকুৰে৷
- নৰ্থ ইষ্ট দিল্লীত তিনি লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে মনোজ তিৱাৰীয়ে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষিতক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰে মনোজ তিৱাৰীয়ে৷
- নিউ দিল্লী সংসদীয় সমষ্টিত বিজেপিৰ মীনাক্ষী লেখিৰ লগতে নৰ্থ-ৱেষ্ট দিল্লীত হন্সৰাজ হন্সে জয়লাভ কৰিছে ৷
- অন্ধ্ৰ প্ৰদেশৰ কাডাপা সমষ্টিত ৱাই এছ আৰ চি পিৰ ৱাই এছ অভিনাশ ৰেড্ডীৰ লগতে ৰাজামপেট সমষ্টিত ৱাই এছ আৰ চি পিৰ পি ভি মিধুন ৰেড্ডীয়ে জয়লাভ কৰিছে ৷
- বিহাৰৰ বেগুচৰাইত কানহাইয়া কুমাৰ বিশাল ভোটত পৰাজিত কৰি জয়লাভ কৰিছে বিজেপিৰ গিৰিৰাজ সিঙে ৷ দৰভংগাৰ পৰা বিজেপিৰ গোপালজী ঠাকুৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুজাফৰপুৰত বিজেপিৰ অজয় নিষাদে জয়লাভ কৰিছে ৷ ছাছাৰামত বিজেপিৰ ছেদ্দী পাছোৱানে জয়লাভ কৰিছে ৷ ইজাইৰপুৰত জয়লাভ কৰিছে বিজেপিৰ নিত্যানন্দ পলে ৷ ৱেষ্ট চম্পাৰনৰ পৰা জয়লাভ কৰিছে বিজেপিৰ ডাঃ সঞ্জয় জয়ছৱালে ৷
- জামুইত জয়লাভ কৰিছে এল জে পিৰ চিৰাগ কুমাৰ পাছোৱানে ৷ সমষ্টিপুৰত এল জে পিৰ ৰামচন্দ্ৰ পাছোৱানে জয়লাভ কৰিছে ৷ বৈশালীৰ পৰা জয়লাভ কৰিছে এল জে পিৰ ভীনা দেৱীৱে ৷
- সীতামৰহিৰ পৰা জয়লাভ কৰিছে জেডিইউৰ সুনীল কুমাৰ পিন্তুৱে ৷ বাল্মীকিনগৰত জয়লাভ কৰিছে জেডিইউৰ বৈদ্যনাথ প্ৰসাদ মাহাটোৱে ৷
- উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে নৰেন্দ্ৰ মোডীয়ে ৷
- ছত্তিশগড়ত দুখনকৈ আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ জাঞ্জগীৰ-চম্পা সমষ্টিত গুহাৰাম আজগালে আৰু সৰগুজা সমষ্টিত ৰেনুকা সিঙে বিজয় সাব্যস্ত কৰিছে ৷
- ডমন ডিউৰ লোকসভা আসন বিজেপিৰ দখলত ৷ লালুভাই পেটেলে সমষ্টিটোত জয়লাভ কৰিছে ৷
- ৱেষ্ট দিল্লীত জয়লাভ কৰিছে বিজেপিৰ প্ৰৱেশ চাহিব সিং বাৰ্মাই ৷
- গুজৰাটৰ 21খন আসনেই বিজেপিৰ দখললৈ ৷ আমৰেলি, আহমেদাবাদ ইষ্ট, আহমেদাবাদ ৱেষ্ট, ভাৱনগৰত বৃহৎ হাৰত পৰাজিত হৈছে কংগ্ৰেছ ৷ চুৰট সমষ্টিত জয়লাভ কৰিছে দৰ্শনাবেন জাৰদোছে ৷
- হাৰিয়ানাত আঠখন আসন বিজেপিয়ে দখল কৰিছে ৷ সৰ্বমুঠ 10 খন আসনৰ বাকী দুখনটো আগবাঢ়ি আছে বিজেপি ৷
- হিমাচলৰ আটাইকেইখন আসনেই বিজেপিৰ দখললৈ ৷ হামিৰপুৰ সমষ্টিৰ পৰা অনুৰাগ সিং ঠাকুৰে বৃহৎ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷
- জম্মু-কাশ্মীৰৰ তিনিখন আসন JKNC য়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ অনন্তনাগ, বাৰামুলা আৰু শ্ৰীনগৰত জয়লাভ কৰিছে দলটোৱে ৷ বিজেপিয়ে দুখন আসনত জয়লাভ কৰাৰ লগতে এখনত অগ্ৰগতি লৈ আছে ৷ উধমপুৰ আৰু জম্মুত জয়লাভ কৰিছে বিজেপিয়ে ৷
- হায়দৰাবাদৰ পৰা জয়লাভ কৰিছে আছাদুদ্দিন ওৱেছিয়ে ৷ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে প্ৰাৰ্থীগৰাকীয়ে ৷
-
আন্দামান সংসদীয় সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ বিশাল জলিয়ে ৷
-
ইষ্ট দিল্লীত জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিৰ গৌতম গম্ভীৰে ৷ দিল্লীৰ চাৰিখনকৈ আসন বিজেপি দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে বাকীকেইখন আসনটো অগ্ৰগতি লাভ কৰি আছে দলটোৱে ৷
-
মধ্য প্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ পৰা বিশাল ভোটত জয়লাভ কৰিছে বিজেপিৰ সাধ্বী প্ৰজ্ঞাই ৷ পূৰ্বৰ মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙক বিশাল ভোটত পৰাজিত কৰে সাধ্বী প্ৰজ্ঞাই ৷
অন্ধ্ৰ প্ৰদেশত এতিয়ালৈকে চাৰিখনকৈ আসনত জয়লাভ কৰিছে ৱাই এছ আৰ চি পি দলৰ প্ৰাৰ্থীয়ে ৷ দলটোৱে 20খন লোকসভা আসনত অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে ৰাজ্যখনৰ পৰা তেলেগু দেশম পাৰ্টীয়ে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ -
বিহাৰত এতিয়ালৈকে 12খন আসনত জয়লাভ কৰাৰ লগতে 5খন আসনত অগ্ৰগতি লৈ আছে বিজেপিয়ে ৷ আনহাতে 9খন আসনত জেডিইউ দলে জয়লাভ কৰাৰ লগতে 5খনত অগ্ৰগতি লাভ কৰি আছে ৷ একেদৰে 4খন আসনত জয়লাভ কৰিছে এল জে পি দলে ৷ দলটোৱে দুখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷
-
ছত্তিশগড়ত পাঁচখন আসন বিজেপিয়ে দখল কৰাৰ লগতে চাৰিখনত অগ্ৰগতি লৈ আছে ৷ মুঠ এঘাৰ খন আসনৰ এখনত কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷
-
দিল্লীৰ সাতখন আসনৰ ছখনেই বিজেপিৰ দখলত ৷ গৌতম গম্ভীৰ, মনোজ কুমাৰ তিৱাৰীয়ে বিপুল ভোটত জয়লাভ কৰিছে ৷
-
গুজৰাটৰ 26 খন আসনৰ 24 খনতেই জয়লাভ কৰিছে বিজেপিয়ে ৷ বাকী দুখন আসনতো বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে ৷
-
ঝাৰখণ্ডত বিজেপিয়ে 10খন আসনত জয়লাভ কৰাৰ লগতে দুখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷
-
কৰ্নাটকত 22খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ আনহাতে তিনিখন আসনত অগ্ৰগতি লৈ আছে দলটোৱে ৷
-
কেৰেলাত 19খন আসনত জয়লাভ কৰিছে ইউ ডি এফ মৰ্চাই ৷ ৱানাড় সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে বৃহৎ ভোটত জয়লাভ কৰাৰ লগতে থিৰুৱনান্থপুৰমৰ পৰা জয়লাভ কৰিছে শশী থাৰুৰে ৷
-
মধ্য প্ৰদেশত সোতৰখন আসনত বিজেপিয়ে জয়লাভ কৰাৰ লগতে এঘাৰখন আসনত অগ্ৰগতি লৈ আছে ৷ ৰাজ্যখনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে কংগ্ৰেছৰ দিগ্বিজয় সিং আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই ৷
-
উত্তৰা কান্নাড়া সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ অনন্তকুমাৰ হেগড়েই ৷
-
আচনচল সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ বাবুল সুপ্ৰিয়ই ৷
-
জয়পুৰ গ্ৰাম্য সমষ্টিত শেষ হাঁহি বিজেপিৰ কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ ৷
-
বেংগালুৰ নৰ্থত জয়ী হৈছে বিজেপিৰ ডি ভি সদানন্দ গৌড়াই ৷
-
চেন্ট্ৰেল চেন্নাইত জয়লাভ কৰিছে ডিএমকেৰ দয়ানিধি মাৰানে ৷
-
পশ্চিমবংগৰ ঘাটাল সমষ্টিৰ পৰা জয়লাভ কৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অভিনেতা দেৱে ৷
-
মেদিনীপুৰত জয়লাভ কৰিছে বিজেপিৰ দিলীপ ঘোষে ৷
-
উধামপুৰৰ পৰা বিপুল ভোটত জয়লাভ কৰিছে বিজেপিৰ ডাঃ জীতেন্দ্ৰ সিঙে ৷
-
যাদৱপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে অভিনেত্ৰী তথা তৃণমুল প্ৰাৰ্থী মিমি চক্ৰৱৰ্তীয়ে ৷
-
মুম্বাই নৰ্থ চেন্ট্ৰেলত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় বিজেপিৰ পুনম মহাজনে ৷
-
আমেথিত ৰাহুল গান্ধীক বিপুল ভোটত হৰুৱাই শেষ হাঁহি মাৰিলে বিজেপিৰ স্মৃতি ইৰানীয়ে ৷
-
ৰায়বেৰেলীৰ পৰা পুনৰ নিৰ্বাচিত হৈছে কংগ্ৰেছৰ ছোনিয়া গান্ধীয়ে ৷
-
ধুলে সমষ্টিৰ পৰা জয়লাভ কৰিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী সুভাষ ৰামাৰাও ভামৰে ৷
-
ফিৰোজপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে আকালী দলৰ সুখবীৰ সিং বাদলে ৷
কোনে ক'ত মাৰিলে শেষ হাঁহি? - ইটিভি অসম
হায়দৰাবাদত 2 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় আছাদুদ্দিন ওৱেছিয়ে ৷

কোন নেতাই ক'ত সাব্যস্ত কৰিলে বিজয়?
গান্ধীনগৰত অমিত শ্বাহৰ বৃহৎ বিজয়৷ পাঁচলাখৰো অধিক ভোটত বিজয় সাব্যস্ত কৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে৷
লক্ষ্নৌত বিজয় সাব্যস্ত কৰিলে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে৷ তিনি লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৰাজনাথ সিঙে৷
শ্ৰীনগৰত বিজয় সাব্যস্ত কৰে JKNC ৰ নেতা ফাৰুক আব্দুল্লাই৷
হিমালপ্ৰদেশৰ হামিৰপুৰ লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী অনুৰাগ সিং ঠাকুৰে৷
নৰ্থ ইষ্ট দিল্লীত তিনি লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে মনোজ তিৱাৰীয়ে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষিতক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰে মনোজ তিৱাৰীয়ে৷