ETV Bharat / bharat

পুৱাই বাতৰিকাকত বিলাবলৈ ওলোৱা কিশোৰীজনীৰ কথাৰে..

আলফিয়াৰ প্ৰতিটো দিনৰ আৰম্ভণি হয় যেতিয়া আলফিয়াৰ পিতৃ অংশই কোথামংগলমৰ পৰা অনা বাতৰিকাকতসমূহ আলিফাৰ হাতত তুলি দিয়ে ৷ বাতৰিকাকতৰ টোপোলাটো নিজৰ চাইকেলৰ বাস্কেটত লৈ আলফিয়াই নেল্লিকুজি চাৰিপদীৰ পৰা ঈৰামুল্লুৰ অম্বাদিনগৰলৈকে বিতৰণ কৰে ৷

When a teenage girl swirls and hurls the daily newspaper
পুৱাই বাতৰিকাকত বিলাবলৈ ওলোৱা কিশোৰীজনীৰ কথাৰে..
author img

By

Published : Sep 18, 2020, 11:52 PM IST

নেশ্যনেল ডেক্স, 18 ছেপ্তেম্বৰঃ নেল্লিকুজিৰ লোকসকলে পুৱা সাৰ পাই বাতৰিকাকত আৰু পুৱাৰ চাহকাপৰ বাবে অপেক্ষা কৰি থকা সময়তেই, কিশোৰী আলফিয়াই নিজৰ 'Ladybird' চাইকেলখনেৰে ঘৰে ঘৰে গৈ বাতৰিকাকত বিতৰণ কৰে ৷ আনকি প্ৰচুৰ বৰষুণকো নেওচি নিজৰ কৰ্মত আগবাঢ়ি যায় আলফিয়া ৷

আলফিয়াৰ প্ৰতিটো দিনৰ আৰম্ভণি তেতিয়াই হয় যেতিয়া আলফিয়াৰ পিতৃ অংশই কোথামংগলমৰ পৰা অনা বাতৰিকাকতসমূহ আলিফাৰ হাতত তুলি দিয়ে ৷ এই বাতৰিকাকতৰ টোপোলাটো নিজৰ চাইকেলৰ বাস্কেটত লৈ আলফিয়াই নেল্লিকুজি চাৰিপদীৰ পৰা ঈৰামুল্লুৰ অম্বাদিনগৰলৈকে বিতৰণ কৰে ৷

পুৱাই বাতৰিকাকত বিলাবলৈ ওলোৱা কিশোৰীজনীৰ কথাৰে..

ঈৰামুল্লুৰ পাল্লিপদী পুথিয়া থোত্তিল অংশ আৰু জেছমিনৰ দ্বিতীয় কন্যা আলফিয়াই বহাত-বৰষুণকো আওকাণ কৰি নিজ কৰ্মত আগবাঢ়ি যায় ৷ চাইকেল চলাবলৈ শিকা দিনৰে পৰাই আলফিয়াই নিজৰ পিতৃক সহায় কৰি আহিছে ৷ শেহতীয়াকৈ আলফিয়াই নেল্লিকুজি চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ সম্প্ৰতি আলফিয়াই উচ্চতৰ মাধ্যমিকৰ বাবে বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে যো-জা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.