ETV Bharat / bharat

হঠাৎ 30 কোটিৰ অধিকাৰী এগৰাকী মহিলা

author img

By

Published : Feb 4, 2020, 10:35 PM IST

হঠাৎ 30 কোটি টকা একাউন্টত জমা হোৱাত আচৰিত হৈ পৰিল কৰ্ণাটকৰ এগৰাকী মহিলা ৷ বেংকৰ তথ্য আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন কৰাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

SBI একাউন্ট
ৰেহনা বানুৰ ষ্টেট বেংক একাউন্টত 30 কোটি

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : 30 কোটি টকা নিজৰ SBI একাউন্টৰ পৰা লেন-দেন হোৱাৰ পাচত আচৰিত হৈ পৰিছে চন্নাপাটনাৰ বি. ডি. কলনীৰ ৰেহনা বানু নামৰ এগৰাকী মহিলা ৷ বেংকৰ বিষয়াই বানুক আধাৰ কাৰ্ডৰ তথ্য বেংক একাউন্টৰ সৈতে সংলগ্ন কৰিবলৈ দিয়াৰ পাচতে এই ঘটনা পোহৰলৈ আহে ৷

চন্নাপাটনা আৰক্ষী ষ্টেছনত 9 জানুৱাৰীত এক গোচৰ ৰুজু কৰি বানুৱে কয়, "মোৰ একাউন্টত কেনেকৈ 30 কোটি টকা জমা হ'ল মই একো নাজানো ৷" বানুৰ বেংক একাউন্টৰ বিৱৰণী অনুসৰি, ইয়াৰ পূৰ্বে বানুৰ একাউন্টত এটকাও নাছিল ৷

তেওঁ লগতে কয়, "কিছুদিন পূৰ্বে অ'নলাইন ৱেবছাইটৰ পৰা এখন শাৰী কিনাৰ সময়ত এটা ফোনক'ল লাভ কৰিছিলো ৷ ইয়াৰ বাবে মই পুৰস্কাৰ লাভ কৰা বুলি জনোৱাৰ লগতে মোক বেংক একাউন্টৰ তথ্য শ্বেয়াৰ কৰিবলৈ জনোৱা হৈছিল ৷"

একাউন্টটোৰ অপ-ব্যৱহাৰ হৈছে বুলি বেংক কৰ্তৃপক্ষই চিন্তা ব্যক্ত কৰিছে ৷ বানুৰ এই একাউন্টটো বৰ্তমান বন্ধ কৰি ৰখাৰ লগতে তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই ৷

আৰু পঢ়ক : জামিয়া কাণ্ড : আঘাতপ্ৰাপ্ত 62 আৰক্ষী বিষয়া আৰু 127 অন্যান্য লোক

Intro:Body:ರಾಮನಗರ : ಬೀಡಿ ಕಾಲೋನಿ ವಾಸಿ ಮಹಿಳೆಯೊಬ್ಬರ ಉಳಿತಾಯ ಖಾತೆಗೆ 30 ಕೋಟಿ ಹಣ ಜಮಾವಣೆಗೊಂಡಿರುವ ಘಟನೆ‌ ತಡವಾಗಿ ಬೆಳಕಿಗೆ ಬಂದಿದೆ.
ಚನ್ನಪಟ್ಟಣದ ರೆಹನಾ ಬಾನು ಎಂಬುವವರ ಉಳಿತಾಯ ಖಾತೆಗೆ ಹಣ ಜಮಾ ಆಗಿದ್ದು ಹಣ ಜಮಾ ಮಾಡಿದವರಾರು ಎಂಬುದು ತಿಳಿದು ಬಂದಿಲ್ಲ. ಎಸ್ ಬಿ ಐ ಬ್ಯಾಂಕ್ ನ ಚನ್ನಪಟ್ಟಣ ಶಾಖೆಯಲ್ಲಿರುವ ರೆಹನಾ ಬಾನು ಅವರ ಹೆಸರಿನ 64163569441 ಅಕೌಂಟ್ ನಂಬರ್ ಗೆ 30 ಕೋಟಿ ಹಣ ಸಂದಾಯವಾಗಿದೆ.
ಚನ್ನಪಟ್ಟಣದ ಬೀಡಿ ಕಾಲೋನಿ ನಿವಾಸಿ ರೆಹನಾ ಬಾನು ಮನೆ ಬಳಿ ಬ್ಯಾಂಕ್ ಅಧಿಕಾರಿಯೊಬ್ಬರು ಡಿಸೆಂಬರ್ ತಿಂಗಳಲ್ಲಿ ಬಂದು ತಮ್ಮ‌ಖಾತೆಗೆ ದೊಡ್ಡ ಮೊತ್ತ ಬಂದಿದೆ ಕೂಡಲೇ ಆಧಾರ್ ಕಾರ್ಡ್ ಲಿಂಕ್ ಮಾಡಿಸಿ ಎಂದು ಹೇಳಿದ್ದಾರೆ ಜೊತೆಗೆ ಬ್ಯಾಂಕ್ ಗೆ ಬರುವಂತೆ ಸೂಚಿಸಿದ್ದಾರೆ. ಅಕೌಂಟ್ ಗೆ ಹಣ ಬಂದಿರುವ ವಿಚಾರ ತಿಳಿದು ಶಾಕ್ ಆಗಿರೋ ಮಹಿಳೆ
ಈ ಸಂಬಂಧ ಚನ್ನಪಟ್ಟಣ ಪುರ ಠಾಣೆ ಜನವರಿ 9 ಕ್ಕೆ ದೂರು ದಾಖಲು ಮಾಡಿದ್ದಾರೆ.
ರೆಹನಾ ಬಾನು ಆನ್ಲೈನ್‌ ಮುಖಾಂತರ ಸ್ನ್ಯಾಪ್ ಡೀಲ್ ನಲ್ಲಿ ಸೀರೆ ಖರೀದಿಸಿದ್ದು ಅದಕ್ಕೆ ಬಹುಮಾನ ಬಂದಿದೆ ಎಂದು ಕರೆ ಮಾಡಿ ಅನಾಮದೇಯರು ಕೇಳಿದ್ದರಂತೆ ಆಗ ಅಕೌಂಟ್ ನಂಬರ್ ನೀಡಿದ್ದೆ ನಂತರ ನನ್ನ ಖಾತೆಗೆ 29, 99, 74, 084 ರೂ ಹಣ ಜಮಾ ಮಾಡಿದ್ದಾರೆ ಅಲ್ಲದೆ ಜೀರೋ ಬ್ಯಾಲೆನ್ಸ್ ಶೀಟ್ ಗೆ ಬ್ಯಾಂಕ್ ಮ್ಯಾನೇಜರ್ ನನ್ನಿಂದ ಸಹಿ ಕೂಡ ಮಾಡಿಸಿಕೊಂಡಿದ್ದರು.‌ನಂತರ ಮೂರ್ನಾಲ್ಕು ದಿನ ಬಿಟ್ಟು ಅಕೌಂಟ್ ಡೀಟೈಲ್ಸ್ ಕೇಳಿದಾಗ ನಂಬರ್ ಅಷ್ಟೇ ನೀಡಿದ್ದಾರೆ ಎಂದು ದೂರಿನಲ್ಲಿ ರೆಹನಾ ಬಾನು ತಿಳಿಸಿದ್ದಾರೆ. ಯಾರೋ ಇವರ ಅಕೌಂಟ್ ದುರ್ಬಳಕೆ ಮಾಡಿಕೊಂಡು ವ್ಯವಹರಿಸುತ್ತಿರುವ ಶಂಕೆ ವ್ಯಕ್ತಪಡಿಸದ್ದು, ಈಗ ಅಕೌಂಟ್ ಓಲ್ಡ್ ಮಾಡಿ ಅಮಾನತು ಮಾಡಿರುವ ಬ್ಯಾಂಕ್ ಅಧಿಕಾರಿಗಳು ಹಣದ ಮೂಲದ ಬಗ್ಗೆ ಅಧಿಕಾರಿಗಳಿಂದ ತನಿಖೆ ನಡೆಸುತ್ತಿದ್ದಾರೆ.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.