ETV Bharat / bharat

2019-20 ৰ বাজেটত কি আছে মহিলাৰ বাবে? - WOMEN EMPOWERMENT

2019-20ৰ বাজেটত কি আছে মহিলাৰ বাবে ?

2019-20ৰ বাজেটত কি আছে মহিলাৰ বাবে?
author img

By

Published : Jul 5, 2019, 1:41 PM IST

নিউজ ডেস্ক, 5 জুলাই: মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটত প্ৰতিটো ক্ষেত্ৰত মনযোগ দিয়া দেখা গৈছে ৷

  • জন ধন একাউণ্ট থকা প্ৰত্যেকটো মহিলা আত্মসহায়ক গোটৰ সদস্যক 5 হেজাৰ টকাৰ অভাৰদ্ৰাফ্ট প্ৰদান কৰা হ’ব ৷
  • প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ 1 লাখ টকা মুদ্ৰা ঋণ প্ৰদান কৰা হ’ব ৷
  • ভাৰতৰ অৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তনত মহিলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷
  • মহিলা অত্মসহায়ক গোটলৈ অঋিক ঋণ প্ৰদান কৰা হ’ব ৷
  • সংসদত অভিলেখ সংখ্যক 78 গৰাকী মহিলা সাংসদ আছে ৷
  • 2019 সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক মহিলাই অংশগ্ৰহণ কৰা দেখা গৈছে ৷
  • নীতি নিৰ্ধাৰণত পুৰুষৰ সমান্তৰলকৈ মহিলাৰ অংশগ্ৰহণ কৰা দেখা গৈছে ৷
  • মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰাত গুৰুত্ব ৷
  • মহিলা সৱলীকৰণ নহ’লে দেশৰ উন্নতি সম্ভৱ নহয় ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.