ETV Bharat / bharat

পশ্চিম ৰে'লৱে সেৱাৰ লগত সংযোগ ৪০ খন অতিৰিক্ত উপনগৰীয় ৰে'ল সেৱা - মুম্বাই উপনগৰীয় খণ্ড

২৯ জুন সোমবাৰৰ পৰা পশ্চিম ৰে'লৱেৰ ১৬২ খন বিশেষ ৰে'ল সেৱাৰ লগত সংযোগ কৰা হ' ব ৪০ খন অতিৰিক্ত উপনগৰীয় ৰে'ল সেৱা। দেওবাৰে এই কথা সদৰি কৰে পশ্চিম ৰে'লৱে সেৱাই ।

পশ্চিম ৰে'লৱে সেৱা
পশ্চিম ৰে'লৱে সেৱাৰ লগত সংযোগ ৪০ খন অতিৰিক্ত উপনগৰীয় ৰে'ল সেৱা
author img

By

Published : Jun 29, 2020, 8:50 AM IST

নিউজ ডেস্ক, ২৯ জুনঃ পশ্চিম ৰে'লৱেৰ ১৬২ খন বিশেষ ৰে'ল সেৱাৰ লগত সংযোগ কৰা হ' ব ৪০ খন অতিৰিক্ত উপনগৰীয় ৰে'ল সেৱা । ২৯ জুন তথা সোমবাৰৰ পৰা মুম্বাই উপনগৰীয় খণ্ডৰ পৰা আৰম্ভ হ'ব এই অতিৰিক্ত ৰে'ল সেৱা । যাৰ পৰিপ্ৰেক্ষিতত পশ্চিম ৰে'লৱে অনুসৰি উপনগৰীয় খণ্ডত মুঠ ২০২ খন ৰে'ল সেৱা আৰম্ভ হয় বুলিও উল্লেখ কৰে। চৰ্চগেট-বোৰীভালীৰ মাজত ২০ উপনগৰীয় সেৱা আৰম্ভ হ'ব আৰু তাৰ পাচত বোৰীভালী-বোইছৰৰ মাজত দুখন ৰে'ল সেৱা আৰম্ভ হ'ব বুলি পশ্চিম ৰে'লৱে সদৰি কৰে ।

পশ্চিম ৰে'লৱে সেৱা
পশ্চিম ৰে'লৱে সেৱাৰ লগত সংযোগ ৪০ খন অতিৰিক্ত উপনগৰীয় ৰে'ল সেৱা

আনহাতে,কেন্দ্ৰীয় ৰে'ৱেৰ মুখ্য প্ৰবক্তা শিৱাজী সুতাৰে কয় যে, সকলো বিশেষ ৰে'লৰ জৰুৰীকালিন বুকিং ৩০ জুন তথা মঙলবাৰৰ পৰা কৰা হ'ব ।

উল্লেখ্য যে,পশ্চিম ৰে'ল সেৱাৰ জৰিয়তে ১৫ জুনৰ পৰা বৰ্তমান পৰ্যন্ত ৭,২১ লাখ যাত্ৰীয়ে ৰে'ল যাত্ৰা কৰিছে । তাৰোপৰি বুকিং কাউণ্টাৰত প্ৰায় এক লাখতকৈ অধিক টিকট ৰৈ যোৱা বুলিও সদৰি কৰাৰ উপৰিও বৰ্তমান পৰ্যন্ত এই ৰে'ল সেৱাৰ জৰিয়তে পশ্চিম ৰে'লৱে ৭২ লাখ টকাৰ উপাৰ্জন কৰে বুলিও সদৰি কৰে শিৱাজী সুতাৰে।

লগতে চাওকঃ খৰিৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ খটীয়া পহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.