ETV Bharat / bharat

নাম সলনি নহয় পশ্চিমবংগৰ - bangla proposal

পশ্চিমবংগৰ নাম সলনিক লৈ কেন্দ্ৰ-ৰাজ্যৰ সংঘাত ৷

নাম সলনি নহয় পশ্চিমবংগৰ
author img

By

Published : Jul 3, 2019, 5:07 PM IST

দিল্লী, 3 জুলাইঃ নাম সলনি নহয় পশ্চিমবংগৰ ৷ মমতা বেনাৰ্জীয়ে দাখিল কৰা এক প্ৰস্তাৱৰ উত্তৰ দি বুধবাৰে গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিলে এই কথা ৷

2018 বৰ্ষৰ 26 জুলাইত পশ্চিমবংগৰ নাম সলনি কৰি বাংলা কৰাৰ বাবে সদনত এটা প্ৰস্তাৱ দিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ পশ্চিমবংগৰ নাম সলনি কৰি বাংলা ভাষাৰ ক্ষেত্ৰত বাংলা, ইংৰাজী আৰু হিন্দী ভাষাত বেংগল ৰখাৰ প্ৰস্তাৱ দিয়া হৈছিল ৷

আনহাতে, ৰাজ্যখনৰ নাম সলনিক লৈ ইতিমধ্যে বুদ্ধিজীৱি সকলে ভিন্ন মত প্ৰকাশ কৰি কিছুমানে ৰাজ্যৰ নাম বাংলা হোৱাটো নিবিচাৰে বুলি উল্লেখ কৰাৰ বিপৰীতে একাংশই এই প্ৰস্তাৱ খাৰিজ হোৱাৰ বাবে অসন্তুষ্ট বুলি প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.