ETV Bharat / bharat

কৰ'ণাৰ যুঁজত জয়ী এগৰাকী শতবৰ্ষীয় মহিলা - চিকিৎসা বিজ্ঞান

মধ্য প্ৰদেশৰ ইন্দোৰ নিবাসী চন্দা বাঈ নামৰ, শতবৰ্ষীয় মহিলা গৰাকীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰে যদিও, সম্প্ৰতি সুস্থ হৈ উঠিছে মহিলাগৰাকী ।

Neighbours welcome elderly woman returning home after COVID-19 treatment

author img

By

Published : May 23, 2020, 4:29 PM IST

নেশ্যনেল ডেস্ক, ২৩ মে': চিকিৎসা বিজ্ঞানৰ মতে COVID-19 এ সাধাৰণ লোকৰ ক্ষেত্ৰত আংশিকভাৱে প্ৰভাৱ বিস্তাৰ কৰে যদিও, শিশু আৰু শাৰিৰীকভাৱে দূৰ্বল তথা ৬০ৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে ।

কিন্তু চিকিৎসা বিজ্ঞানৰ এই সংজ্ঞাক যেন ওলোটা প্ৰতিপন্ন কৰিলে এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধাই ।

কৰ'ণাৰ যুঁজত জয়ী এগৰাকী শতবৰ্ষীয় মহিলা

মধ্য প্ৰদেশৰ ইন্দোৰ নিবাসী চন্দা বাঈ নামৰ, শতবৰ্ষীয় মহিলা গৰাকীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰে । কিন্তু উল্লেখনীয় বিষয় যে, সম্প্ৰতি বৃদ্ধা গৰাকী সুস্থ হৈ উঠিছে এই ৰোগৰ পৰা ।

শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘূৰি অহা মহিলাগৰাকীক স্বাগতম জনায় তেওঁৰ চুবুৰীয়া লোকসকলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.