ETV Bharat / bharat

অৰ্ধনিৰ্মিত দেৱাল খহি আঘাট প্ৰাপ্ত কুৰিৰো অধিক লোক - উত্তৰ প্ৰদেশ

এটা অৰ্ধনিৰ্মিত ঘৰৰ দেৱাল খহি পৰা ফলত উত্তৰ প্ৰদেশৰ ঘৰজিয়াবাদত 22 গৰাকীকৈ লোক নিহত হোৱাৰ লগতে কুৰিৰো অধিক লোক আঘাট প্ৰাপ্ত হৈছে ৷ বৰ্তমানেও ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷

Under-construction wall collapses in Ghaziabad
অৰ্ধনিৰ্মিত দেৱালয় খহি আঘাট প্ৰাপ্ত কুৰিৰো অধিক লোক
author img

By

Published : Jan 3, 2021, 4:55 PM IST

Updated : Jan 3, 2021, 10:37 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ঘৰজিয়াবাদস্থিত মুৰাদনগৰ থানা অন্তৰ্গত এখন শ্মশানৰ এটা অৰ্ধনিৰ্মিত ঘৰৰ দেৱাল খহি পৰা ফলত কুৰিৰো অধিত লোক গুৰুত্বভাৱে আঘাট প্ৰাপ্ত হয় ৷

প্ৰাপ্ত খৱৰ অনুসৰি, এজন লোকৰ অন্তিম সংস্কৰণৰ বাবে সমবেত হোৱা লোকৰ ওপৰত এই অৰ্ধনিৰ্মিত দেৱালখন খহি পৰে ৷ এতিয়াও দেৱালয় খনৰ ভগ্নাৱশেষৰ তলত বহুলোক আৱদ্ধ হৈ আছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

ইফালে, ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ সমান্তৰালভাৱে উদ্ধাৰ কৰা লোকসকলক মুৰাদনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি ইতিমধ্যে উক্ত ঘটনাত 22 জন লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

Last Updated : Jan 3, 2021, 10:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.