ETV Bharat / bharat

ৰভাৰ তলত দৰা ব্যস্ত PUBG-ত

author img

By

Published : May 1, 2019, 11:01 AM IST

বিয়াৰ মাংগলিক অনুষ্ঠানৰ মাজতে পাব-জিৰ প্ৰাধান্য । ৰভাৰ তলৰ অতিথি আপ্যায়নৰ সলনি দৰা ব্যস্ত PUBG-ত ।

ৰভাৰ তলত দৰা ব্যস্ত PUBG-ত , উপেক্ষিত কইনাও

নিউজ ডেক্স, ১ মে': দেশত বলিছে PUBG-ৰ ধুমুহা । সেই কথাকে প্ৰমাণিত কৰিছে এখন বিয়াই । বিয়াৰ মাংগলিক অনুষ্ঠানৰ মাজতে PUBG-য়ে প্ৰাধান্য পাইছে এই বিবাহ অনুষ্ঠানত ।

ফেচবুকত ভাইৰেল হৈ পৰিছে বিবাহৰ এই দৃশ্য । বিয়াৰ অনুষ্ঠানত অতিথি আপ্যায়নৰ সলনি PUBG খেলত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে দৰাক । কাষতে বহি থকা কইনাৰ ওপৰত গুৰুত্ব নিদি দৰা ব্যস্ত PUBG-ত ।

অতি কম সময়ৰ ভিতৰতে ফেচবুকত ভাইৰেল হৈ পৰে এই ভিডিঅ'টো । টিকটক এপৰ জড়িয়তে ভিডিঅ'ত আৱদ্ধ কৰা হৈছে সমগ্ৰ দৃশ্য । অতি কম সময়ৰ ভিতৰতে প্ৰায় চাৰি লাখ দৰ্শকে ভিডিঅ'টো প্ৰত্যক্ষ কৰে ।

Viral Video Shows Groom Playing PUBG At His Own Wedding
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.