ETV Bharat / bharat

CAA বিৰোধী প্ৰতিবাদত হোৱা হিংসা দুৰ্ভাগ্যজনক: মায়াৱতী - বহুজন সমাজ পাৰ্টী

দেশজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদত যিবোৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে সেইবোৰ সচাই বৰ দুৰ্ভাগ্যজনক বুলি মন্তব্য বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়াৱতীৰ ৷

CAA বিৰোধী প্ৰতিবাদত হোৱা হিংসা দূৰ্ভাগ্যজনক: মায়াৱতী

author img

By

Published : Dec 23, 2019, 6:29 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ: দেশজুৰি নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদত যিবোৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে সেইবোৰ সচাই বৰ দুৰ্ভাগ্যজনক বুলি মন্তব্য বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়াৱতীৰ ৷ কেতিয়াও হিংসা সমৰ্থন নকৰে বিএছপিয়ে, সেয়েহে এই হিসাত্মক ঘটনাই কেৱল জনতাৰ ক্ষতি সাধন কৰিব বুলিও কয় নেতাগৰাকীয়ে ৷

Etv Bharat Assam
CAA বিৰোধী প্ৰতিবাদত হোৱা হিংসা দূৰ্ভাগ্যজনক: মায়াৱতী

যিসকল প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হৈছে সেইসকলৰ সমৰ্থনত থিয় দিব বিএছপিয়ে ৷ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি নিৰ্দোষীক মুকলাই দিবলৈও চৰকাৰক দাবী জনায় নেতাগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে চলি থকা এই প্ৰতিবাদত উত্তৰ প্ৰদেশত মুঠ 879 জন লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে আটক হয় 5000 জন লোক ৷ লগতে মৃত্যু হয় 15 জন লোকৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.