ETV Bharat / bharat

নিজ সংসদীয় সমষ্টি বাৰানসীৰ পৰিস্থিতি পৰ্যবেক্ষণ মোডীৰ

author img

By

Published : Jun 19, 2020, 10:25 PM IST

অনলাইন যোগে আলোচনাত মিলিত হয় দলৰ নেতা ,জিলা প্ৰশাসনৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ সংসদীয় সমষ্টি । উন্নয়নৰ ক্ষতিয়ান আৰু কৰণা মহামাৰি সংক্ৰমণৰ বিষয়ে বিশদ ভাবে আলোচনা কৰে ।

নিজ সংসদীয় সমষ্টি বাৰানসীৰ পৰিস্থিতি পৰ্যবেক্ষণ মোডীৰ
নিজ সংসদীয় সমষ্টি বাৰানসীৰ পৰিস্থিতি পৰ্যবেক্ষণ মোডীৰ

নিউজ ডেস্ক,১৯ জুনঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীৰ বিষয়ে পৰ্যবেক্ষণ কৰে । ক'ৰণা ভাইৰাছৰ পৰিস্থিতি আৰু বিভিন্ন ধৰণৰ উন্নয়ন মূলক প্ৰকল্পৰ বিষয়ে অনলাইন ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে জিলা প্ৰশাসন,দলীয় নেতা,উত্তৰ প্ৰদেশৰ পৰ্যটন বিভাগৰ মন্ত্রী নিলকান্ত তিৱাৰী,আৰু কেইবাজনো বিধায়ক উপস্হিত থাকি আলোচনাত অংশগ্ৰহণ কৰে । আনহাতে আলোচনাতে কাশীৰ বিশ্বনাথ মন্দিৰ নিমাণৰ বিষয়ে আলোচনা হয় ভিডিঅৰ জৰিয়তে মন্দিৰ নিৰ্মাণ কিছু দৃশ্য দেখোৱা হয় ।বিশ্বৰ ভিতৰে উল্লেখনীয় যোগাযোগ ব্যবস্হা সম্পক গঢি তুলা হব বুলি মোডীয়ে আলোচনাতে উল্লেখ কৰে । ইপিনে আলোচনাৰ মাজতে বাৰাণসীৰ কোভিড ১৯ পৰিস্হিতিৰ বিষয়ে বুজ লয় আৰু প্ৰশাসন, স্বাস্হ্য বিভাগক বিহিত ব্যবস্হা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢকঃ প্ৰসংগ ভাৰত-চীনঃ মেজৰ জেনেৰেল আৰু ডিভিজনেল কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.