ETV Bharat / bharat

গান্ধীজীৰ শান্তি আৰু মানৱতাৰ ভাৱধাৰা সকলোৰে বাবে সমানঃ কংগ্ৰেছ

author img

By

Published : Jun 11, 2020, 7:35 PM IST

বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা চোম পিতোদ্ৰাই আমেৰিকাত আৰক্ষী বাহিনীৰ বৰ্বৰতা সম্পৰ্কত নিজ প্ৰতিক্ৰীয়া ব্যক্ত কৰে । গান্ধীজীৰ প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰা সাম্পদায়িক ঘটনাৰ উচিত তদন্ত কৰিবলৈ নেতা গৰাকীয়ে দাবী জনাই ।

vandalising-gandhi-statue-blow-to-equality-freedom-sam-pitroda

নিউজ ডেস্ক, ১১ জুন : লক ডাউনৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা চোম পিতোদ্ৰাই আমেৰিকাত আৰক্ষী বাহিনীৰ বৰ্বৰতা সম্পৰ্কত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গান্ধীজীৰ প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰা সাম্পদায়িক ঘটনাৰ উচিত তদন্ত কৰিবলৈ নেতা গৰাকীয়ে দাবী জনাই ।

গান্ধীজীৰ শান্তি আৰু মানৱতাৰ ভাবধাৰা সকলোৰে বাবে সমানঃ কংগ্ৰেছ

নেতা গৰাকীয়ে এক বিবৃতিত জনোৱা অনুসৰি,গান্ধীজীৰ আদৰ্শৰ পৰিপন্থী এই কৰ্ম সম্পূৰ্ণ গণতন্ত্ৰৰ পৰিপন্থী । লগতে তেওঁ জনাই যে,যিসকল লোক এই কাৰ্য সংঘটিত কৰিছে তেওঁলোক মহাত্মা গান্ধীৰ আদৰ্শৰ বিষয়ে হয়তো অনভিজ্ঞ আছিল । গান্ধীজীৰ আদৰ্শ,বিশ্বাস,শান্তি আৰু মানৱতাৰ ভাৱধাৰা সকলোৰে বাবে সমান আছিল । গান্ধীজী অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে তেওঁৰ আদৰ্শ প্ৰবাহিত আছিল । নেলচন মেণ্ডেলা,মাৰ্টিন লুথৰ নিচিনা লোক গান্ধীজী আদৰ্শ আছিল ।

উল্লেখযোগ্য যে,২৫ মে'ত মিনিয়া আৰক্ষীয়ে এটা হত্যাৰ তদন্ত অব্যাহত ৰখাৰ সময়ত সংঘটিত হোৱা বিৰোধ প্ৰদৰ্শনৰ সময়ত প্ৰতিমূৰ্তিটো ভঙা হৈছিল ।আনহাতে,উক্ত ঘটনাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনথ জেষ্টৰে উক্ত ঘটনাৰ বাবে ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰে ।

লগতে পঢ়ক : ১,৪৪৬ বছৰ কাৰাদণ্ড দুজন ৰেষ্টোৰাৰ স্বত্বাধিকাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.