ETV Bharat / bharat

পদ্মশ্ৰী বঁটা ঘূৰাই দিলে প্ৰসিদ্ধ উৰ্দু লিখক মুজতাবা হুছেইনে - পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ ঘোষণা

প্ৰসিদ্ধ উৰ্দু ৰসিক লিখক মুজতাবা হুছেইনে চৰকাৰক নিজৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ ঘোষণা কৰে ৷ গংগা-যমুনাৰ ঐক্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু দেশক ধৰ্মৰ ভিত্তিত বিভাজনৰ এক কুটিল ষড়যন্ত্ৰই ভাবুকিৰ সৃষ্টি কৰিছে ৷ মই এজন সাধাৰণ উৰ্দু লিখক হিচাপে এই আইনৰ বিৰোধিতা কৰি পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’’ ৷

Urdu humourist Mujtaba Hussain to return Padma Shri in protest against CAA
পদ্মশ্ৰী বঁটা ঘূৰাই দিলে প্ৰসিদ্ধ উৰ্দু লিখক মুজতাবা হুছেইনে
author img

By

Published : Dec 18, 2019, 5:14 PM IST

নিউজ ডেস্ক,18 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰসিদ্ধ উৰ্দু ৰসিক লিখক মুজতাবা হুছেইনে চৰকাৰক নিজৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ ঘোষণা কৰে ৷ ‘‘তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত বৰ্তমান সমগ্ৰ দেশৰ পৰিস্থিতি দিনে-প্ৰতিদিনে জটিল পৰ্যায়লৈ অৱনিত হৈ আছে ৷ ইয়াৰ ফলত গংগা-যমুনাৰ ঐক্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু দেশক ধৰ্মৰ ভিত্তিত বিভাজনৰ এক কূটিল ষড়যন্ত্ৰই ভাবুকিৰ সৃষ্টি কৰিছে ৷ মই এজন সাধাৰণ উৰ্দু লিখক হিচাপে এই আইনৰ বিৰোধিতা কৰি পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’’৷

পদ্মশ্ৰী বঁটা ঘূৰাই দিলে প্ৰসিদ্ধ উৰ্দু লিখক মুজতাবা হুছেইনে

নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ 31 ডিচেম্বৰ 2014 চন পৰ্যন্ত যিকল হিন্দু,খ্ৰীষ্টান,শিখ,বৌদ্ধ আৰু পাৰ্চী ধৰ্মৰ মানুহ ভাৰতত বসবাস কৰি আছে সেইবোৰক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

আৰু পঢ়কঃ ইউ আই ডিৰ 'ছ'চিয়েল মিডিয়া এজেন্সি' নিযুক্তি কৰাৰ সিদ্ধান্ত স্থগিত

Intro:Body:

https://www.aninews.in/news/national/general-news/urdu-humourist-mujtaba-hussain-to-return-padma-shri-in-protest-against-caa20191218101820/

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.