ETV Bharat / bharat

কৰ্ণাটকৰ কংগ্ৰেছী বিধায়ক উমেশ যাদৱৰ বিজেপিত যোগদান

author img

By

Published : Mar 6, 2019, 7:02 PM IST

পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনৰ পূৰ্বে পুনৰ আৰম্ভ হৈছে দল-বাগৰাৰ ৰাজনীতি

etv bharat, etv bharat assam

কৰ্ণাটক, ৬ মাৰ্চ: ২০১৯ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশীয় ৰাজনীতিত পুনৰ আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি । দেশীয় প্ৰেক্ষাপটলৈ মন কৰিলে স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ অস্থিৰ স্থিতি । শেহতীয়াকৈ কৰ্ণাটকৰ ৰাজনীতিটো দেখা গ'ল পূৰ্বৰ কংগ্ৰেছ দলৰ বিধায়ক ড0 উমেশ যাদৱে নতুনকৈ বিজেপি দলত যোগদান কৰাৰ দৃষ্টান্ত । বুধবাৰে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ নেতা বি এচ য়েড্ডোৰাপ্পা (B S YEDDYURAPPA) ৰ উপস্থিতিত এখন জনসভাত এইদৰে ভাৰতীয় জনতা দলত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকীয়ে ।

etv bharat, etv bharat assam
কৰ্ণাটকৰ কংগ্ৰেছী বিধায়ক উমেশ যাদৱৰ বিজেপিত যোগদান

সোমবাৰে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰক পদত্যাগ পত্ৰ দাখিল কৰে যাদৱে । উল্লেখ্য যে, উমেশ যাদৱ কৰ্ণাটকৰ চিনচোলী সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক আছিল ।

UMESH JADHAV, CONG'S FORMER MLA IN K'TAKA, JOINS BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.