নিউজ ডেস্ক, 16 জুনঃ প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণস্থলী ভ্ৰমণ কৰিবলৈ অযোধ্যত উপস্থিত হয় শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে ৷ পুত্ৰ আদিত্য থাকৰেক লগত লৈ বিশেষ বিমানযোগে অযোধ্যাত উপস্থিত হয় নেতাগৰাকী ৷ শিৱসেনাৰ প্ৰধানগৰাকীক এই ভ্ৰমণত সংগ দিবলৈ কালিয়েই অযোধ্যাত উপস্থিত হৈছিল দলটোৰ ওঠৰগৰাকীকৈ সাংসদ ৷
-
अयोध्या येथे आगमन #ShivSenaInAyodhya pic.twitter.com/1gXh2tjhbb
— Uddhav Thackeray (@uddhavthackeray) June 16, 2019 " class="align-text-top noRightClick twitterSection" data="
">अयोध्या येथे आगमन #ShivSenaInAyodhya pic.twitter.com/1gXh2tjhbb
— Uddhav Thackeray (@uddhavthackeray) June 16, 2019अयोध्या येथे आगमन #ShivSenaInAyodhya pic.twitter.com/1gXh2tjhbb
— Uddhav Thackeray (@uddhavthackeray) June 16, 2019
অযোধ্যাত উপস্থিত হোৱা পিতা-পুত্ৰক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ চাৱান্ত আৰু শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাৱাটে ৷ অযোধ্যাত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত ৰাম জন্মভূমিত সেৱা আগবঢ়াৱ শিৱসেনা প্ৰধানগৰাকীয়ে ৷ আনহাতে আজি দিনৰ ভাগত এক সংবাদমেল সম্বোধন কৰিব শিৱসেনা প্ৰধানগৰাকীয়ে ৷
-
Shiv Sena chief Uddhav Thackeray in Ayodhya: From tomorrow Lok Sabha Session will begin so before entering the Parliament all Shiv Sena MPs have come here to take the blessings of Ram Lalla. We strongly believe that temple will be constructed at the earliest. pic.twitter.com/x4zQNlTnV1
— ANI UP (@ANINewsUP) June 16, 2019 " class="align-text-top noRightClick twitterSection" data="
">Shiv Sena chief Uddhav Thackeray in Ayodhya: From tomorrow Lok Sabha Session will begin so before entering the Parliament all Shiv Sena MPs have come here to take the blessings of Ram Lalla. We strongly believe that temple will be constructed at the earliest. pic.twitter.com/x4zQNlTnV1
— ANI UP (@ANINewsUP) June 16, 2019Shiv Sena chief Uddhav Thackeray in Ayodhya: From tomorrow Lok Sabha Session will begin so before entering the Parliament all Shiv Sena MPs have come here to take the blessings of Ram Lalla. We strongly believe that temple will be constructed at the earliest. pic.twitter.com/x4zQNlTnV1
— ANI UP (@ANINewsUP) June 16, 2019
ইয়াৰ পূৰ্বেই বিগত নৱেম্বৰ মাহত অযোধ্যা ভ্ৰমণ কৰিছিল শিৱসেনা প্ৰধানগৰাকীয়ে ৷ তেতিয়াই চৰকাৰৰ ওচৰত শীঘ্ৰেই ৰাম মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল উদ্ধৱ থাকৰে ৷ মহাৰাষ্ট্ৰৰ শক্তিশালী নেতাগৰাকীয়ে তেতিয়াই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সকলো প্ৰকাৰৰ সহায় কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছিল ৷