- অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলন ৷ এইবাৰ টাৱাং জিলাৰ লুমলাৰ এখন আৱাসিক স্কুলত ভূমিস্খলন
- ভূমিস্খলনৰ ফলত স্কুলৰ বেৰ ভাঙি দুজন ছাত্ৰৰ মৃত্যু আৰু দুজন গুৰুতৰভাৱে আহত
- নামটাচেৰিঙ আৱাসিক স্কুলৰ দুগৰাকী ছাত্ৰী, পঞ্চম শ্ৰেণীৰ ৰিনচিন লামো (১০), আৰু ষষ্ঠ শ্ৰেণীৰ জেনদেন ৱাংমো( ১০)ৰ মৃত্যু
- টাৱাঙৰ লুমলা অঞ্চললৈ যোৱা পথত কেবাঠাইতো ভূমিস্খলন হৈ পথটোৰ যাতায়ত দুৰ্গম হৈ পৰিছে
- লুমলা মহকুমা ভাৰত-ভূটান আৰু ভাৰত-তীব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চল
- আজিও যোগাযোগ বিচ্ছিন্ন ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথেৰে আন্তঃৰাষ্টীয় চীন সীমান্তবৰ্তী অঞ্চল টাৱাঙলৈ
- ব'মডিলাৰ উপায়ুক্ত ড৹ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ জৰিয়তে আজিৰে পৰা ১৫ আগষ্টলৈকে বন্ধ কৰি দিলে ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথটো
অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ভয়াৱহ ৰূপ - ভূমিস্খলন
ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অৰুণাচল প্ৰদেশত ৷ ৰাজ্যখনত ধন-জনৰ ক্ষতি হোৱাৰ লগতে ব্যাহত হৈ পৰিছে যাতায়ত ৷
অৰুনাচল প্ৰদেশত পুনৰ ভূমিস্খলন
- অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলন ৷ এইবাৰ টাৱাং জিলাৰ লুমলাৰ এখন আৱাসিক স্কুলত ভূমিস্খলন
- ভূমিস্খলনৰ ফলত স্কুলৰ বেৰ ভাঙি দুজন ছাত্ৰৰ মৃত্যু আৰু দুজন গুৰুতৰভাৱে আহত
- নামটাচেৰিঙ আৱাসিক স্কুলৰ দুগৰাকী ছাত্ৰী, পঞ্চম শ্ৰেণীৰ ৰিনচিন লামো (১০), আৰু ষষ্ঠ শ্ৰেণীৰ জেনদেন ৱাংমো( ১০)ৰ মৃত্যু
- টাৱাঙৰ লুমলা অঞ্চললৈ যোৱা পথত কেবাঠাইতো ভূমিস্খলন হৈ পথটোৰ যাতায়ত দুৰ্গম হৈ পৰিছে
- লুমলা মহকুমা ভাৰত-ভূটান আৰু ভাৰত-তীব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চল
- আজিও যোগাযোগ বিচ্ছিন্ন ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথেৰে আন্তঃৰাষ্টীয় চীন সীমান্তবৰ্তী অঞ্চল টাৱাঙলৈ
- ব'মডিলাৰ উপায়ুক্ত ড৹ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ জৰিয়তে আজিৰে পৰা ১৫ আগষ্টলৈকে বন্ধ কৰি দিলে ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথটো
Intro:তেজপুৰ,১১ জুলাই : অৰুনাচল প্ৰদেশত পুনৰ ভূমি স্খলন ৷ এইবাৰ আন্তঃৰাষ্টীয় সীমান্তবৰ্তী টাৱাং জিলাৰ লুমলাৰ এখন আৱাসিক স্কুলত ৷পুৱতি নিশা প্ৰায় ৩:৩০ বজাত স্থানীয় লোকৰ মতে ভুমিস্খলনৰ ফলত স্কুলৰ বেৰ ভাঙি দুজন ছাত্ৰৰ মৃত্যু আৰু দুজনৰ গুৰুতৰভাৱে আহত ৷
Body:নামটাচেৰিঙ আৱাসিক স্কুলৰ দুগৰাকী ছোৱালী পঞ্চম শ্ৰেনীৰ ছাত্ৰী ৰিনচিন লামো (১০), আৰু ষষ্ঠ শ্ৰেনীৰ ছাত্ৰী জেনদেন ৱাংমো( ১০) আৰু আহত হয় চাংগে পেমা (১২) অষ্টম শ্ৰেনীৰ আন এগৰাকীৰ নাম জানিব পৰা হোৱা নাই ৷ আহত দুয়ো গৰাকীক টাৱাং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
উল্লেখযোগ্য যে টাৱাংৰ লুমলা অঞ্চললৈ যোৱা পথত কেবা ঠাইতো ভূমিস্খলন হৈ পথতোৰ যাতায়ত দুৰ্গম হৈ পৰিছে বুলি জনায় স্থনীয় বাসিন্ধা গমে চেৰিঙে ৷
লুমলা মহকুমা ভাৰত ভূটান আৰু ভাৰত তীব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চল ৷
আনহাতে আজিও যোগাযোগ বিচ্ছিন্ন ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথেৰে আন্তঃৰাষ্টীয় চীন সীমান্তবৰ্তী অঞ্চল টাৱাংলৈ ৷
Conclusion:অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত সোমবাৰে ডাৱৰ বিস্ফোৰন ফলত ভয়ংকৰ ভূমিস্খলন সংঘটিতৰ পিছত আজিও যোগাযোগ বিচ্ছিন্ন পাহাৰীয়া জিলাখনত ৷
ব'মডিলাৰ উপায়ুক্ত ড৹ সোনাল স্বৰুপে এক নিৰ্দেশৰ জৰিয়তে আজিৰে পৰা ১১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে বন্ধ কৰি দিলে ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথটো ৷ পিলিং দলংৰ পৰা টেঙাৰ মাজত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত পথটো চিঙি যায় ৷
Pranab kumar Das
Tezpur
11/7/19