ETV Bharat / bharat

কুলগ্ৰামত প্ৰতিৰক্ষা বাহিনীৰে সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : May 25, 2020, 11:45 AM IST

34 ৰাষ্ট্ৰীয় ৰাইফল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু কুলগ্ৰাম আৰক্ষীৰ লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদী দুজনক হত্যা কৰাৰ পাচত সংঘৰ্ষৰ ওৰ পৰে ।

কুলগ্ৰামত সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী
কুলগ্ৰামত সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 25 মে': জম্মু-কাশ্মীৰৰ কুলগ্ৰামৰ মাজগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় দুজন সন্ত্ৰাসবাদী । 34 ৰাষ্ট্ৰীয় ৰাইফল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু কুলগ্ৰাম আৰক্ষীৰ লোকৰ সৈতে এই সংঘৰ্ষ হয় বুলি জনায় কুলগ্ৰাম আৰক্ষীয়ে ।

কুলগ্ৰামত সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

আৰক্ষীৰ তথ্য অনুসৰি, উক্ত স্থানত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকা নিশ্চিত তথ্য় লাভ কৰে । এই তথ্যৰ পমখেদি আৰক্ষীয়ে অনুসন্ধান অভিযান চলাই, য'ত এই সংঘৰ্ষৰ সৃষ্টি হয় । এই সন্ত্ৰাসবাদী দুজনক হত্যা কৰাৰ পাচত সংঘৰ্ষৰ ওৰ পৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.