ETV Bharat / bharat

মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020

মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020 ৷ বৃহস্পতিবাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷

two day Online Mizoram Science Congress 2020 organised at Mizoram
মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020
author img

By

Published : Dec 4, 2020, 5:09 PM IST

মিজোৰাম, 4 ডিচেম্বৰঃ মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020 ৷ মিজোৰামৰ বিজ্ঞান,প্ৰযুক্তিবদ্যা আৰু উদ্ভাৱন পৰিষদ(MISTIC), মিজোৰাম বিজ্ঞান পৰিষদ (MSS), মিজোৰাম শিক্ষক সন্থা আৰু মিজোৰামৰ ভূতত্ব সমিতিয়ে একত্ৰিতভাৱে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে অনলাইন বিজ্ঞান সমাৰোহখনি ৷

two day Online Mizoram Science Congress 2020 organised at Mizoram
মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020

বৃহস্পতিবাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷ এই অনুষ্ঠানত তেখেতে সমাজত বিজ্ঞান আৰু বিজ্ঞানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ আনহাতে, শুকুৰবাৰে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ এই আলোচনা চক্ৰত Agriculture & Allied, Life Sciences & Bio-Medical Sciences and Earth Sciences সন্দৰ্ভত ভাষণ প্ৰদান কৰে প্ৰফেচৰ এফ. লালনুনমাৱিয়াই ৷

উল্লেখ্য যে, এই বিজ্ঞান সমাৰোহত নিৰ্বাচিত শিশু বিজ্ঞানী সকলে বিজ্ঞান সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আগবঢ়ায় ৷

লগতে পঢ়ক-ক’ভিড 19 সন্দৰ্ভত সৰ্বদলীয় বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.