ETV Bharat / bharat

মানৱ অধিকাৰ দিৱস উপলক্ষে কি ক'লে মমতা বেনাৰ্জীয়ে ? - মানৱধিকাৰ ন্যায়ালয়

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ দুদিনীয়া পশ্চিমবংগ ভ্ৰমণৰ মাজতে মমতা বেনাৰ্জীয়ে কয় যে, বৰ্তমান লোকতন্ত্ৰক উভালি পেলোৱা, মৌলিক অধিকাৰসমূহক মহতিয়াই দিয়া তথা জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে ৷

TMC govt in Bengal committed to upholding human rights: Mamata
মানৱ অধিকাৰ দিৱস উপলক্ষে কি ক'লে মমতা বেনাৰ্জীয়ে ?
author img

By

Published : Dec 10, 2020, 5:43 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে মানৱ অধিকাৰ দিৱস উপলক্ষে টুইট যোগে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ দুদিনীয়া পশ্চিমবংগ ভ্ৰমণৰ মাজতে মমতা বেনাৰ্জীয়ে কয় যে, বৰ্তমান লোকতন্ত্ৰক উভালি পেলোৱা, মৌলিক অধিকাৰসমূহক মহতিয়াই দিয়া তথা জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে ৷

টুইট যোগে মমতা বেনাৰ্জীয়ে কয় যে, " আজি মানৱধিকাৰ দিৱস ৷ আজিকালি লোকতন্ত্ৰক উভালি পেলোৱা, মৌলিক অধিকাৰসমূহক মহতিয়াই দিয়া তথা জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে ৷ আমাৰ চৰকাৰে মানৱধিকাৰ সমূহক ধৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ "

আন এটা টুইটত তেখেতে লিখে যে, "পশ্চিম বংগৰ চৰকাৰে বিগত 9 বছৰ 6 মাহৰ ভিতৰত 19 খন মানৱধিকাৰ ন্যায়ালয়ৰ স্থাপন কৰিছে ৷ মোৰ দ্বাৰা বাৰম্বাৰ কৰা প্ৰতিবাদৰ পাছত 1995 চনত পশ্চিমবংগ মানৱ অধিকাৰ আয়োগৰ স্থাপন কৰা হৈছিল ৷ সকলোলৈ মোৰ শুভকামনা ৷ "

লগতে পঢ়ক: জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.