ETV Bharat / bharat

তিৰুমালা তিৰুপতি দেৱস্থানমৰ কৰ্মচাৰীৰ দেহত কৰ'ণা

author img

By

Published : Jun 12, 2020, 8:26 PM IST

অন্ধ্ৰপ্ৰদেশৰ প্ৰাচীন গোবিন্দাৰাজ স্বামী মন্দিৰৰ লগতে সংলগ্ন তিৰুমালা তিৰুপতি দেৱস্থানমৰ এগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত বন্ধ হৈ আছিল মন্দিৰটো । ৪০ দিনৰ অন্তত শুক্ৰবাৰে ভক্তৰ বাবে মুকলি কৰা হৈছে

tirupati-employee-tests-positive-for-covid-19-in-andhra-pradesh-devotees-barred-for-two-days

নিউজ ডেস্ক, ১২ জুন : অন্ধ্ৰ প্ৰদেশৰ প্ৰাচীন গোবিন্দাৰাজ স্বামী মন্দিৰৰ লগতে সংলগ্ন তিৰুমালা তিৰুপতি দেৱস্থানমৰ এগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছিল । যাৰবাবে বিগত সময়ৰ পৰা ভক্তৰ প্ৰৱেশ নিষেধ আছে মন্দিৰটোত ।

tirupati-employee-tests-positive-for-covid-19-in-andhra-pradesh-devotees-barred-for-two-days
তিৰুমালা তিৰুপতি দেৱস্থানমৰ কৰ্মচাৰীৰ দেহত কৰ'ণা

মন্দিৰ পৰিচালনা সমিতিৰ বিষয়া এজনে জনোৱা অনুসৰি,ইয়াত কোভিড-১৯ ৰ এইজন প্ৰথম ৰোগী । মন্দিৰত ভিতৰত কৰ্মৰত ৭০০০ লোক আছে আৰু বাহিৰত ১২০০০ হাজাৰ লোক কৰ্মৰত হৈ আছে । লগতে কৰ্মৰত সকলো কৰ্মচাৰীৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছে ।

উল্লেখযোগ্য যে,উক্ত মন্দিৰটো ৪০ দিনৰ অন্তত শুক্ৰবাৰে ভক্তৰ বাবে মুকলি কৰা হৈছে ।

লগতে পঢ়ক : গৰাখহনীয়া বন্ধৰ উদ্দেশ্যে ৰোপণ এলিফেণ্ট গ্ৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.