ETV Bharat / bharat

পাকিস্তান অধ্যুষিত কাশ্মীৰ ঘুৰাই ল'ব লাগেঃ মন্ত্ৰী গিৰিৰাজ সিং

author img

By

Published : Aug 21, 2019, 1:17 PM IST

ইটিভি ভাৰতৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, পাকিস্তান অধ্যুষিত কাশ্মীৰ ভাৰতে অধিকাৰ কৰিব লাগে ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

পাকিস্তান অধ্যুষিত কাশ্মীৰ ঘুৰাই ল'ব লাগেঃ মন্ত্ৰী গিৰিৰাজ সিং

নিউজ ডেস্ক, 21 আগষ্টঃ বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে টুইটাৰত টুইট কৰি "জয় কাশ্মীৰ জয় ভাৰত অব কি বাৰ উছ পাৰ" শ্লোগান আগবঢ়ায় ৷ টুইটযোগে তেওঁ পাকিস্তান অধ্যুষিত কাশ্মীৰ ভাৰতে ওভোটাই লোৱাৰ কথা দাবী কৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে ৷

  • जय कश्मीर जय भारत

    अब की बार उस पार।

    — Shandilya Giriraj Singh (@girirajsinghbjp) August 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰীগৰাকীৰ টুইটক লৈ যথেষ্ট চৰ্চা হৈছিল ৷ পৰৱৰ্তী সময়ত ইটিভি ভাৰতে এই বিষয়ে মন্ত্ৰীগৰাকীক প্ৰশ্ন সোধাত, "এয়া ভাৰতৰ বাবে উপযুক্ত সময় ৷ আমি পাকিস্তানে দখল কৰি থকা কাশ্মীৰ ঘুৰাই ল'ব লাগে ৷ কাশ্মীৰ আৰু কাশ্মীৰিয়তক লৈ ভাৰতে 70 বছৰে তিক্ততা ভূগি আহিছে ৷ পণ্ডিত নেহৰু এগৰাকী সন্মানীয় ব্যক্তি ৷ কিন্তু তেওঁ কৰি যোৱা ভূলৰ বাবেই আজিৰ এই পৰিস্থিতি সৃষ্টি হৈছে ৷ আকচাই চীনক চীনৰ হাতত এৰি দিয়াৰ লগতে পাকিস্তান অধ্যুষিত কাশ্মীৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰাটো পণ্ডিত নেহৰুৰ মাৰাত্মক ভূল আছিল আৰু ইয়াৰ দ্বাৰা ভাৰতবৰ্ষৰ স্বাভিমানত আঘাত কৰিছিল নেহৰুৱে ৷" এইদৰে উল্লেখ কৰে গিৰিৰাজ সিঙে ৷

জয় কাশ্মীৰ জয় ভাৰত অব কি বাৰ উছ পাৰ

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰসংশা কৰি নেহৰুৱে কৰি যোৱা ভূলসমূহ শুধৰাবলৈ দেশে তেওঁক নিৰ্বাচিত কৰিছে বুলি কয় বিজেপি মন্ত্ৰীগৰাকীয়ে ৷

Intro:जय कश्मीर जय भारत अबकी बार उस पार, पीओके को वापस लेने का समय आ गया है: गिरिराज सिंह

नयी दिल्ली: केंद्रीय मंत्री और बिहार से बीजेपी सांसद गिरिराज सिंह ने ट्वीट किया है 'जय कश्मीर जय भारत अब की बार उस पार'. उन्होंने कहा कि कश्मीर की जय, कश्मीरियत की जय, भारत की जाए और अब की बार उस पार. उन्होंने पंडित जवाहरलाल नेहरू पर भी निशाना साधा

Body:गिरिराज सिंह ने कहा कि पंडित नेहरू सम्मानित व्यक्ति थे लेकिन उनके भूल का खामियाजा हिंदुस्तान 70 साल से भुगत रहा है, अक्साई चीन चला गया, पंडित नेहरू ने कहा था कि यह कंकड़ पत्थर है, पंडित नेहरू ने पीओके से सेना वापस बुला ली थी, यह सब करके पंडित नेहरू ने देश के स्वाभिमान,अस्तित्व का नुकसान किया

Conclusion:गिरिराज सिंह ने कहा कि प्रधानमंत्री नरेंद्र मोदी देश के लायक बेटा हैं, देश की जनता चाहती है कि पंडित नेहरू ने जो भूल की उसको प्रधानमंत्री नरेंद्र मोदी सुधार दें, इसलिए अबकी बार उस पार
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.