ETV Bharat / bharat

দীঘাৰ সাগৰৰ তীৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড আঘাত - Tidal waves were hitting hard at Digha beach.

অতিপাত বৰষুণৰ ফলত বংগোপ সাগৰৰ তীৰত উফন্দি উঠিছে সাগৰৰ ঢৌ ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে ইতিমধ্য়ে সেই স্থানত মোতায়েন কৰিছে অতিৰিক্ত সশস্ত্ৰ বাহিনী ৷

সাগৰৰ ঢৌৰ প্ৰচণ্ড আঘাত
সাগৰৰ ঢৌৰ প্ৰচণ্ড আঘাত
author img

By

Published : Aug 6, 2020, 9:32 PM IST

নেশ্যনেল ডেস্ক, 6 আগষ্ট: পশ্চিম বংগৰ দক্ষিণ প্ৰান্তত হোৱা ধাৰাষাৰ বৰষুণৰ পাচত, বংগোপ সাগৰৰ তীৰত পানীৰ ঢৌ উফন্দি উঠা দেখিবলৈ পোৱা গৈছে ৷ দীঘাৰ সমুদ্ৰ তীৰত জোৱাৰৰ লহৰে তীব্ৰ আঘাত হনা দেখিবলৈ পোৱা গৈছে ৷ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে অতিৰিক্ত সশস্ত্ৰ বাহিনী মোতায়েন কৰিছে সেই অঞ্চলত ৷ তথাপিও দীঘাত বিৰাজমান সাম্প্ৰতিক পৰিস্থিতি পৰ্যটক সকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে দেখিবলৈ পোৱা গৈছে ৷

দীঘাৰ সাগৰৰ তীৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড আঘাত

লগতে পঢ়ক: উত্তৰাখণ্ডত ডাৱৰৰ বিস্ফোৰণ: আকাশমাৰ্গেৰে চলিচে উদ্ধাৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.