ETV Bharat / bharat

অৰুণাচলত তিনিটা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ - দুৰ্লভ প্ৰজাতিৰ ভেকুলী

অৰুণাচল প্ৰদেশৰ নামনি সোৱনশিৰি জিলাত সৰু ভেকুলীৰ তিনিটা নতুন প্ৰজাতি আৱিষ্কাৰ কৰে জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ কেইগৰাকীমান বৈজ্ঞানিকে ৷

তিনিটা নতুন প্ৰজাতিৰ ভেকুলী আৱিস্কাৰ অৰুণাচল প্ৰদেশত
তিনিটা নতুন প্ৰজাতিৰ ভেকুলী আৱিস্কাৰ অৰুণাচল প্ৰদেশত
author img

By

Published : Jan 16, 2020, 1:38 PM IST

নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃ সদ্য প্ৰকাশিত এখন জাৰ্ণেল অনুসৰি, জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ কেইগৰাকীমান বৈজ্ঞানিকে অৰুণাচল প্ৰদেশৰ নামনি সোৱনশিৰি জিলাত সৰু ভেকুলীৰ তিনিটা নতুন প্ৰজাতি আৱিষ্কাৰ কৰে ৷

বৈজ্ঞানিক ভাস্কৰ শইকীয়াৰ তথ্য অনুসৰি, এই ভেকুলীৰ আকাৰ ইমানেই সৰু যে টকাৰ এটা মুদ্ৰাত বহিব পাৰিব ৷ টেল ভেলী বনাঞ্চলত আৱিষ্কাৰ কৰি উলিওৱা এই নতুন প্ৰজাতি কেইটাক 'লিউৰানা হিমালয়', 'লিউৰানা ইণ্ডিকা' আৰু 'লিউৰানা মিনুটা' নামাকৰণ কৰা হৈছে ৷

এই নতুন প্ৰজাতিৰ ভেকুলীৰ নমুনাসমূহ জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ আন এগৰাকী বৈজ্ঞানিক বিক্ৰমজিৎ সিনহাৰ দ্বাৰা 2015-16 চনৰ জৈৱ বৈচিত্ৰৰ নথিভুক্তিৰ অংশ হিচাপে একত্ৰিত কৰিছিল ৷ বৈজ্ঞানিক শইকীয়া আৰু সিনহাৰ দ্বাৰা যুটীয়াভাৱে লিখিত এই অধ্যয়ন এখন বিজ্ঞান পত্ৰিকা 'দা ৰেকৰ্ডছ অৱ দা জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়া'ত প্ৰকাশিত হৈছে ৷ য'ত এই প্ৰজাতি সমূহক নতুন আৱিষ্কাৰ হিচাপে উল্লেখ কৰা হৈছে ৷ ইয়াৰ পূৰ্বেও বৈজ্ঞানিক শইকীয়া আৰু সিনহাই টেল ভেলী বনাঞ্চলত 'মেগ'ফ্ৰীছ পেছীপ্ৰক্টাছ' নামৰ আন এক দুৰ্লভ প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছিল ৷

লগতে পঢ়কঃ ইৰাণী বৈদেশীক মন্ত্ৰীৰ 3 দিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচী

ZCZC
PRI ERG ESPL LST NAT
.SHILLONG CES2
MG-FROG
Three new frog species dicovered in Arunachal Pradesh
         Shillong, Jan 15 (PTI) Three new species of tiny frogs
have been discovered in Arunachal Pradesh's Lower Subansiri
district by scientists of Zoological Survey of India,
according to a recently published journal.
         The frogs are so small in size that one can sit on a
coin, ZSI scientist Bhaskar Saikia told PTI.
         The new species discovered from Talle Valley Wildlife
Sanctuary (WLS) have been named as 'Liurana himalayana',
'Liurana indica' and 'Liurana minuta', he said.
         The specimens of the new frog species were collected
by Bikramjit Sinha, another scientist of ZSI in Itanagar
during 2015-16 as part of the documentation of faunal
diversity in the protected area.
         A study, co-authored by Saikia and Sinha, has been
published in a science journal, the Records of the Zoological
Survey of India', which confirmed that the species are new
discoveries.
         Earlier, Saikia and Sinha had also found a rare frog
species, Megophrys pachyproctus, from Tale Valley Wildlife
Sanctuary. PTI JOP
BDC
BDC
01151321
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.