ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে অভিযান নালন্দাৰ আশুতোষ কুমাৰ মানৱৰ

author img

By

Published : Jan 3, 2020, 6:02 PM IST

নালন্দাৰ আশুতোষ কুমাৰে নিজৰ সমগ্ৰ জীৱন সমাজ সেৱাত সমৰ্পন কৰিছে ৷ তেওঁ অধিকাংশ সময়তে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ভ্ৰমণ কৰে আৰু সাধাৰণ লোকক বিভিন্ন ক্ষতিকাৰক উপাদান সমূহৰ বিষয়ে সজাগতা প্ৰদান কৰে ৷

হিলসাৰ আশুতোষ কুমাৰ মানৱ
হিলসাৰ আশুতোষ কুমাৰ মানৱ

নিউজ ডেস্ক,3 জানুৱাৰী: হিলসাৰ আশুতোষ কুমাৰ মানৱ নৱম শ্ৰেণীত থকাৰ পৰাই সামাজিক কৰ্মৰ লগত জড়িত হৈ আহিছে ৷ কুমাৰে অধিকাংশ সময়েই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ভ্ৰমণ কৰে আৰু প্লাষ্টিক ব্যৱহাৰৰ ফলত সাধাৰণ লোকৰ কেনেধৰণৰ ক্ষতিসাধন হ'ব পাৰে সেই বিষয়ে লোকসকলৰ মাজত শিক্ষা তথা সজাগতা সৃষ্টি কৰে ৷

তেওঁ নিজৰ দৰ্শক সকলৰ মাজত বয়স্ক লোককে ধৰি শিশু সকলকো অন্তৰ্ভুক্ত কৰে ৷ কিয়নো বিদ্যালয় সমূহত তেওঁ বিভিন্ন পন্থাৰে শিশু সকলক আকৰ্ষিত কৰিব পৰা পদ্ধতি অৱলম্বন কৰে ৷

হিলসাৰ আশুতোষ কুমাৰ মানৱ

তেওঁ শিশু সকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ সকলৰ লগতো প্লাষ্টিকৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া সমূহৰ বিষয়ে আলোচনা কৰে আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিজ্ঞাবদ্ধ হ'বলৈ কয় ৷

কুমাৰৰ কথাই শিশু সকলৰ মাজত এক ধনাত্মক প্ৰভাৱ পেলাইছে আৰু শিশু সকলৰ জৰিয়তেও তেওঁৰ দ্বাৰা বিলোৱা প্লাষ্টিক বিৰোধী সজাগতা সমূহ সম্প্ৰসাৰ কৰাত সক্ষম হৈছে ৷

ইয়াৰ পূৰ্ৱেও কুমাৰে সমগ্ৰ বিহাৰতে গুটখাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল ৷ বৰ্তমান তেওঁ স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন হাৰিয়ালী অভিযানৰ লগত জড়িত ৷

তেওঁ নিজৰ সমগ্ৰ জীৱন সমাজ আৰু ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

Intro:Body:

Jan 3 - Plastic Campaign Story - Ashutosh Kumar from Nalanda, who has taken a vow to serve the nation being a bachelor, aware people Single Use Plastic Ban

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.