ETV Bharat / bharat

অৰ্থনৈতিক মন্দাৱস্থাই সৃষ্টি কৰা ভয়াৱহতাঃ বাজেট লক্ষ্যত উপনীত নহ’ল মূল চাৰিটা কৰ, কৰ্প’ৰেট কৰ ডাঙৰ ভুক্তভোগী

author img

By

Published : Feb 3, 2020, 12:55 PM IST

নিৰ্মলা সীতাৰমণে কৈছে যে কৰ্প’ৰেট কৰ হ্ৰসাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ ফলত ২০২০ ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষটোত ১.৪৫ লাখ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হ’ব । সংশোধিত হিচাপমতে এয়া সত্য প্ৰতিপন্ন হ’বলৈ গৈ আছে । কিয়নো আজিৰ হিতাপ মতেই কৰ্প’ৰেট কৰ সংগ্ৰহ নিম্নমুখী হোৱাৰ বাবে ১.৫৫ লাখ কোটি টকাৰ ঘাটি হ’ব ।

the budget target; Corporation Tax biggest loser
অৰ্থনৈতিক মন্দাৱস্থাই সৃষ্টি কৰা ভয়াৱহতা

বাজেট ২০২০-২১: মন্থৰ অৰ্থনীতিৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বৰ্ষত কৰ্প’ৰেট কৰৰ হাৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল যিদও ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থা প্ৰভাৱিত হ’বলগীয়া হৈছে । এক মন্থৰ অৰ্থনীতিক দ্ৰুত গতিৰে বিকাশিত কৰাৰ বাবে সীতাৰমণে যোৱা বছৰৰ ছেপ্টেম্বৰত কৰ্প’ৰেট কৰৰ হাৰ কমাই দিছিল । ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ বাবে তেওঁ কৰৰ হাৰ ৩১-৩২ শতংশৰ পৰা ২৫.১২ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে নতুনকৈ স্থাপিত প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে ২৫ শতাংশৰ পৰা ১৫ শতাংশলৈকে কৰৰ হাৰ কমাই আনিছিল ।

কৰ্পৰেশ্যন কৰ, জি এছ টি আৰু আয়কৰ-এই তিনিটা কৰেই চৰকাৰৰ উপাৰ্জনৰ বৃহৎ উৎস । ইয়াৰ পাছত আছে কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক । সংশোধিত হিচাপত এনে এক কৰ নাই—কৰ্প’ৰেট কৰ, আ.কৰ, জি এছ টি, আবকাৰী আৰু শুল্ক যিয়ে বাটেজৰ লক্ষ্যত উপনীত হ’ব ।

ইয়াৰে পাঁচটা মূল কৰৰ ভিতৰত চাৰিটা কৰ-জি এছ টি, আয়কৰ, আবকাৰী আৰু শুল্ক যোৱা বছৰতকৈ এইবাৰ অধিক হ’ব । কৰ্প’ৰেট কৰ বাজেটৰ লক্ষ্যৰ তলত থকাই নহয়, বিগত বৰ্ষৰ প্ৰকৃত সংগ্ৰহতকৈও ই তলত থাকিব ।

ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ বাবে কৰ্প’ৰেট কৰ হ্ৰাসৰ সিদ্ধান্তই সামগ্ৰিক কৰ সংগ্ৰহত ব্যাপক প্ৰভাৱ পেলাব । বাজেটত নিৰ্ধাৰিত ১৬.৫০ লাখ কোটি টকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৫.০৫ লাখ কোটি টকাহে লাভ কৰিব । গতিকে সংশোধিত হিচাপমতে ১.৪৫ লাখ টকাৰ ঘাটি ।

নিৰ্মলা সীতাৰমণে কৈছে যে কৰ্প’ৰেট কৰ হ্ৰসাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ ফলত ২০২০ ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষটোত ১.৪৫ লাখ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হ’ব । সংশোধিত হিচাপমতে এয়া সত্য প্ৰতিপন্ন হ’বলৈ গৈ আছে । কিয়নো আজিৰ হিতাপ মতেই কৰ্প’ৰেট কৰ সংগ্ৰহ নিম্নমুখী হোৱাৰ বাবে ১.৫৫ লাখ কোটি টকাৰ ঘাটি হ’ব ।

তেওঁৰ প্ৰথমখন বাজেটত নিৰ্মলা সীতাৰমণে কৰ্প’ৰেট কৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁ আশা কৰা অনুসৰি এই বৰ্ষত তেওঁ কেৱল কৰ্প’ৰেট কৰৰ পৰাই ৭.৬৬ লাখ কোটি টকাৰ অভিলেখসংখ্যক কৰ সংগ্ৰহ কৰিব । কিয়নো কৰ্প’ৰেট কৰ হৈছে জি এছ টি (৬.৬৩ লাখ কোটি টকা) আৰু আয়কৰৰ(৫.৬৯ লাখ কোটি) পাছতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ বৃহৎ উৎস ।

কিন্তু বিগত বৰ্ষতকৈও কৰ্প’ৰেট কৰ সংগ্ৰহ এইবাৰ হ্ৰাস পাব । বিগত বৰ্ষত কেন্দ্ৰীয় চৰাকেৰ ৬.৬৩ লাখ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰিছিল । ২০১৯ চনৰ জুলাইত বিত্তমন্ত্ৰীয়ে হিচাপ কৰিছিল যে তেওঁ ৭.৬৬ লাখ কোটি টকা সংগ্ৰহ কৰিব । কিন্তু এতিয়া তেওঁ মাথো ২০১৯-২০ বিত্তীয় বৰ্ষত ৬.১০ লাখ কোটি আৰ্জন কৰাতহে আশা প্ৰকাশ কৰিছে । এই পৰিমাণ বাজেটত নিৰ্ধাৰিত লক্ষ্যতকৈ ২০ শতাংশ কম ।

একেদৰে আয়কৰ সংগ্ৰহৰ পৰিমাণো বাজেটত নিৰ্ধাৰিত লক্ষ্যতকৈ ১০ হাজাৰ কোটি টকা কম হ’ব ।নিৰ্মলা সীতাৰমণে ৫.৬৯ লাখ কোটি টকা আয়কৰ সংগ্ৰহ হ'ব বুলি আশা কৰিছিল যদিও এতিয়া তেওঁ এই পৰিমাণ ৫.৫৯ লাখ কোটি টকা কৰিছে ।

অৱশ্যে তেওঁ স্বস্তিৰ নিস্বাস পেলাব পাৰে । কিয়নো বিগত বৰ্ষত সংগৃহীত আয়কৰ ৪.৭৩ লাখ কোটি টকাতকৈ তেওঁ এইবাৰ অদক সংগ্ৰহ কৰিব ।

জি এছ টি সংগ্ৰহতো একেই প্ৰৱণতা দেখা পোৱা যায় । শেহতীয়া হিচাপমতে বাজেটত নিৰ্ধাৰিত লক্ষ্য ৬.৬৩ লাখ কোটি টকাৰ বিপৰীতে চি জি এছ টি আৰু আই জি এছ টিৰ সংগ্ৰহৰ পৰিমাণ হ’ব ৬.১২ লাখ কোটি টকা । অৰ্থাৎ ৫১ হাজাৰ কোটি টকা কম ।

অৱশ্যে আয়কৰৰ দৰেই জি এছ টি সংগ্ৰহৰ পৰিমাণ বিগত বৰ্ষতকৈ বৃদ্ধি পাব । বিগত বৰ্ষত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ৫.৮১ লাখ কোটি টকা ।

লেখক কৃষ্ণানন্দ ত্ৰিপাথী এগৰাকী জ্যেষ্ঠ সাংবাদিক ।

Intro:Body:

বাজেট ২০২০-২১: মন্থৰ অৰ্থনীতিৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত

বৰ্ষত কৰ্প’ৰেট কৰৰ হাৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল যিদও ইয়াৰ ফলত কেন্দ্ৰীয়

চৰকাৰৰ বিত্তীয় অৱস্থা প্ৰভাৱিত হ’বলগীয়া হৈছে । এক মন্থৰ অৰ্থনীতিক দ্ৰুত

গতিৰে বিকাশিত কৰাৰ বাবে সীতাৰমণে যোৱা বছৰৰ ছেপ্টেম্বৰত কৰ্প’ৰেট

কৰৰ হাৰ কমাই দিছিল । ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ বাবে তেওঁ কৰৰ হাৰ ৩১-৩২

শতংশৰ পৰা ২৫.১২ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে নতুনকৈ স্থাপিত প্ৰস্তুতকাৰী

প্ৰতিষ্ঠানসমূহৰ বাবে ২৫ শতাংশৰ পৰা ১৫ শতাংশলৈকে কৰৰ হাৰ কমাই

আনিছিল ।

কৰ্পৰেশ্যন কৰ, জি এছ টি আৰু আয়কৰ-এই তিনিটা কৰেই চৰকাৰৰ উপাৰ্জনৰ

বৃহৎ উৎস । ইয়াৰ পাছত আছে কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক । সংশোধিত

হিচাপত এনে এক কৰ নাই—কৰ্প’ৰেট কৰ, আ.কৰ, জি এছ টি, আবকাৰী আৰু

শুল্ক যিয়ে বাটেজৰ লক্ষ্যত উপনীত হ’ব ।

ইয়াৰে পাঁচটা মূল কৰৰ ভিতৰত চাৰিটা কৰ-জি এছ টি, আয়কৰ, আবকাৰী আৰু

শুল্ক যোৱা বছৰতকৈ এইবাৰ অধিক হ’ব । কৰ্প’ৰেট কৰ বাজেটৰ লক্ষ্যৰ তলত

থকাই নহয়, বিগত বৰ্ষৰ প্ৰকৃত সংগ্ৰহতকৈও ই তলত থাকিব ।

ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ বাবে কৰ্প’ৰেট কৰ হ্ৰাসৰ সিদ্ধান্তই

সামগ্ৰিক কৰ সংগ্ৰহত ব্যাপক প্ৰভাৱ পেলাব । বাজেটত নিৰ্ধাৰিত ১৬.৫০ লাখ

কোটি টকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৫.০৫ লাখ কোটি টকাহে লাভ কৰিব ।

গতিকে সংশোধিত হিচাপমতে ১.৪৫ লাখ টকাৰ ঘাটি ।

নিৰ্মলা সীতাৰমণে কৈছে যে কৰ্প’ৰেট কৰ হ্ৰসাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ ফলত

২০২০ ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষটোত ১.৪৫ লাখ কোটি টকাৰ ৰাজহ

হেৰুৱাবলগীয়া হ’ব । সংশোধিত হিচাপমতে এয়া সত্য প্ৰতিপন্ন হ’বলৈ গৈ আছে ।

কিয়নো আজিৰ হিতাপ মতেই কৰ্প’ৰেট কৰ সংগ্ৰহ নিম্নমুখী হোৱাৰ বাবে ১.৫৫

লাখ কোটি টকাৰ ঘাটি হ’ব ।

তেওঁৰ প্ৰথমখন বাজেটত নিৰ্মলা সীতাৰমণে কৰ্প’ৰেট কৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ

কৰিছিল । তেওঁ আশা কৰা অনুসৰি এই বৰ্ষত তেওঁ কেৱল কৰ্প’ৰেট কৰৰ পৰাই

৭.৬৬ লাখ কোটি টকাৰ অভিলেখসংখ্যক কৰ সংগ্ৰহ কৰিব । কিয়নো কৰ্প’ৰেট

কৰ হৈছে জি এছ টি (৬.৬৩ লাখ কোটি টকা) আৰু আয়কৰৰ(৫.৬৯ লাখ কোটি)

পাছতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ বৃহৎ উৎস ।

কিন্তু বিগত বৰ্ষতকৈও কৰ্প’ৰেট কৰ সংগ্ৰহ এইবাৰ হ্ৰাস পাব । বিগত বৰ্ষত

কেন্দ্ৰীয় চৰাকেৰ ৬.৬৩ লাখ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰিছিল ।২০১৯

চনৰ জুলাইত বিত্তমন্ত্ৰীয়ে হিচাপ কৰিছিল যে তেওঁ ৭.৬৬ লাখ কোটি টকা সংগ্ৰহ

কৰিব । কিন্তু এতিয়া তেওঁ মাথো ২০১৯-২০ বিত্তীয় বৰ্ষত ৬.১০ লাখ কোটি

আৰ্জন কৰাতহে আশা প্ৰকাশ কৰিছে । এই পৰিমাণ বাজেটত নিৰ্ধাৰিত লক্ষ্যতকৈ

২০ শতাংশ কম ।

একেদৰে আয়কৰ সংগ্ৰহৰ পৰিমাণো বাজেটত নিৰ্ধাৰিত লক্ষ্যতকৈ ১০ হাজাৰ

কোটি টকা কম হ’ব ।নিৰ্মলা সীতাৰমণে ৫.৬৯ লাখ কোটি টকা আয়কৰ সংগ্ৰহ

হ'ব বুলি আশা কৰিছিল যদিও এতিয়া তেওঁ এই পৰিমাণ ৫.৫৯ লাখ কোটি টকা

কৰিছে ।

অৱশ্যে তেওঁ স্বস্তিৰ নিস্বাস পেলাব পাৰে । কিয়নো বিগত বৰ্ষত সংগৃহীত আয়কৰ

৪.৭৩ লাখ কোটি টকাতকৈ তেওঁ এইবাৰ অদক সংগ্ৰহ কৰিব ।

জি এছ টি সংগ্ৰহতো একেই প্ৰৱণতা দেখা পোৱা যায় । শেহতীয়া হিচাপমতে

বাজেটত নিৰ্ধাৰিত লক্ষ্য ৬.৬৩ লাখ কোটি টকাৰ বিপৰীতে চি জি এছ টি আৰু

আই জি এছ টিৰ সংগ্ৰহৰ পৰিমাণ হ’ব ৬.১২ লাখ কোটি টকা । অৰ্থাৎ ৫১ হাজাৰ

কোটি টকা কম ।

অৱশ্যে আয়কৰৰ দৰেই জি এছ টি সংগ্ৰহৰ পৰিমাণ বিগত বৰ্ষতকৈ বৃদ্ধি পাব ।

বিগত বৰ্ষত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ৫.৮১ লাখ কোটি টকা ।

লেখক কৃষ্ণানন্দ ত্ৰিপাথী এগৰাকী জ্যেষ্ঠ সাংবাদিক ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.