ETV Bharat / bharat

মোডী মন্ত্ৰীসভাৰ শপতগ্ৰহণ : কোন দেশৰ অতিথিয়ে কৰিব অংশগ্ৰহণ ? - ইটিভি ভাৰত

শপত গ্ৰহণ অনুষ্ঠানত চুবুৰীয়া দেশ বাংলাদেশ , ম্যানমাৰ , শ্ৰীলংকা , থাইলেণ্ড , নেপাল , ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি "বে অৱ বেংগল ফ'ৰ মাল্টি টেকনিকেল এণ্ড ইকন'মিক ক'পাৰেচন"ৰ সদস্য দেশকেইখনৰ নেতাসকললৈ প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণ ৷

ETV BHARAT
author img

By

Published : May 28, 2019, 9:52 AM IST

নতুন দিল্লী, 28 মে': 30 মে'ত অনুষ্ঠিত হ'বলগীয়া নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আয়োজন তুংগত ৷ ইতিমধ্যে প্ৰকাশ পাইছে নৰেন্দ্ৰ মোডীৰ শপত সমাৰোহত সম্ভাৱনীয় অতিথিৰ তালিকা ৷ শপত গ্ৰহণ অনুষ্ঠানত চুবুৰীয়া দেশ বাংলাদেশ , ম্যানমাৰ , শ্ৰীলংকা , থাইলেণ্ড , নেপাল , ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি "বে অৱ বেংগল ফ'ৰ মাল্টি টেকনিকেল এণ্ড ইকন'মিক ক'পাৰেচন"ৰ সদস্য দেশকেইখনৰ নেতাসকললৈ প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণ ৷

তথ্য অনুসৰি ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিংগ বাংগচুক , ম্যানমাৰৰ ৰাষ্ট্ৰপতি বিন মিন্ট , নেপালৰ প্ৰধানমন্ত্ৰী কেপী অ'লী , শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা চিৰিসেনা আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰযুত চান অ' চাই অংশগ্ৰহণ কৰিব সমাৰোহত ৷

ETV BHARAT
মোডী মন্ত্ৰীসভাৰ শপতগ্ৰহণ

ইয়াৰ উপৰিও সাংঘাই সহযোগ সংগঠনৰ অধ্যক্ষ তথা কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি সৌৰৌনবায় জেনেবকৌব আৰু মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰাবিন্দ জগন্নাথলৈও প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণী পত্ৰ ৷ আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী চেইখ হাসিনাই অংশগ্ৰহণ কৰিব নোৱাৰিব সমৰোহত ৷ বাংলাদেশৰ এগৰাকী মন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিব বাংলাদেশক ৷

Thailand, Nepal, Bhutan among honoured guests at Modi's swearing-in ceremony
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.