ETV Bharat / bharat

পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত চি.আৰ.পি.এফ জোৱান

author img

By

Published : Oct 19, 2020, 5:48 PM IST

পুলৱামাত সুৰক্ষা বাহিনীৰ এটা দলক আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ এটা দলে ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী চি.আৰ.পি.এফ জোৱান ৷

চি.আৰ.পি.এফ জোৱান
চি.আৰ.পি.এফ জোৱান

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ: সোমবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সুৰক্ষা বাহিনীৰ এটা দলক আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ এটা দলে ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী চি.আৰ.পি.এফ জোৱান ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গংগু এলেকাত চি.আৰ.পি.এফ আৰু আৰক্ষীৰ এটা যুটীয়া দলৰ সৈতে গুলিয়াগুলী হয় সন্ত্ৰাসবাদীৰ ৷ আঘাতপ্ৰাপ্ত জোৱান গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে দেওবাৰেও চি.আৰ.পি.এফৰ এগৰাকী সহায়ক উপ-পৰিদৰ্শক আহত হৈছিল ৷ একেখন জিলাৰে ত্ৰাল চহৰত চি.আৰ.পি.এফৰ এটা দললৈ উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে বোমা নিক্ষেপ কৰিছিল ৷ এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই সংবাদ মাধ্যমযোগে উল্লেখ কৰা অনুসৰি, বৰ্তমানেও কাশ্মীৰত 200 সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে আৰু ইয়াৰে অধিকাংশই পাকিস্তানৰ সৈতে সম্বন্ধিত আৰু স্থানীয় এলেকাৰ বাহিৰৰ ৷

লগতে পঢ়ক: বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.