ETV Bharat / bharat

COVID-19: T-Series ৰ কাৰ্যালয় ছীল - কাৰ্যালয় চীল

T-Series ৰ কাৰ্যালয়ৰ তত্ত্বাৱধায়কৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । তাৰ পাছতেই প্ৰশাসনে ছীল কৰি দিয়ে মুম্বাইৰ আন্ধেৰিস্থিত কাৰ্যালয়টো ।

COVID-19: T-Series ৰ কাৰ্যালয় চীল
COVID-19: T-Series ৰ কাৰ্যালয় চীল
author img

By

Published : May 11, 2020, 8:39 AM IST

নিউজ ডেস্ক, 11 মে': বৃহানমুম্বাই পৌৰ নিগমে ছীল কৰি দিয়ে সংগীত লেবেল T-Series ৰ কাৰ্যালয় । এই কাৰ্যালয় চোৱা-চিতা কৰা লোক জনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । সেয়ে ছীল কৰা হয় কাৰ্যালয়টো ।

T-Series ৰ মুখপাত্ৰই জনোৱা অনুসৰি লোকজনে কাৰ্যালয়তে দায়িত্ব পালন কৰি আছিল । লগতে তেওঁ জানিবলৈ দিয়ে যে, একাংশ প্ৰব্ৰজক কৰ্মী আছে, যিয়ে লকডাউনৰ ফলত আৱদ্ধ হৈ কাৰ্যালয়টোতেই আছিল, এতিয়া এজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত কাৰ্যালয়টো ছীল কৰি দিয়ে ।

কাৰ্যালয়ত থকা আন 2-3 জনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ ফলাফল আহি পোৱা নাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.