ETV Bharat / bharat

ফ্ৰান্সে বাজেয়াপ্ত কৰিলে মাছুদ আজহাৰৰ সম্পত্তি - le drian

সন্ত্ৰাসবাদক উৎখাত কৰিবলৈ ফ্ৰান্সৰ সিদ্ধান্তত সুখী ভাৰত

etv bharat
author img

By

Published : Mar 16, 2019, 10:53 AM IST

নিউজ ডেস্ক, 16 মাৰ্চ : মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ ফ্ৰান্সে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি ভাৰতৰ৷ দেশখনৰ বৈদেশিক মন্ত্ৰী লে ড্ৰায়ানৰ সৈতে সুষমা স্বৰাজৰ এক টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদক কোনোপধ্যেই সহ্য নকৰে বুলি প্ৰতিজ্ঞাবদ্ধ হয় দুয়োখন দেশ৷

ফ্ৰান্সে ভাৰতৰ সৈতে লগ লাগি সদায়েই সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ বাবে আগবাঢ়ি যাব বুলিও সুষমা স্বৰাজক আশ্বাস প্ৰদান কৰে লে ড্ৰায়ানে৷ মাছুদ আজহাৰক নিষিদ্ধকৰণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়নৰ লগতো ফ্ৰান্সে আলোচনাত মিলিত হোৱা বুলি টেলিফোন যোগে ভাৰতৰ বৈদেশিক মন্ত্ৰীক জনাই ড্ৰায়ানে৷ মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ফ্ৰান্সৰ এই সিদ্ধান্তক আদৰণি জনাইছে স্বৰাজে৷

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চীনে মাছুদ আজহাৰক সন্ত্ৰাসাদীৰ আখ্যা প্ৰদান নকৰাৰ পাচতেই বিশ্বৰ বিভিন্নখন ৰাষ্ট্ৰৰ সমালোচনাৰ চিকাৰ হৈছিল ৰঙা চীন৷ চীনৰ প্ৰতাৰণাৰ পাচতেই ভাৰতৰ হকে আগবাঢ়ি আহিছে ফ্ৰান্স৷ শুকুৰবাৰে ফান্স মন্ত্ৰীসভাৰ এক বৈঠকত মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে সকলো ফাইনেন্সিয়েল কডো ৰুদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ফ্ৰান্সে৷

Sushma swraj,French counterpart discuss anti-terror cooperation

ফ্ৰান্সে বাজেয়াপ্ত কৰিলে মাছুদ আজহাৰৰ সম্পত্তি

সন্ত্ৰাসবাদক উৎখাত কৰিবলৈ ফ্ৰান্সৰ  সিদ্ধান্তত সুখী ভাৰত

নিউজ ডেস্ক, 16 মাৰ্চ : মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ ফ্ৰান্সে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি ভাৰতৰ৷ দেশখনৰ বৈদেশিক মন্ত্ৰী লে ড্ৰায়ানৰ সৈতে সুষমা স্বৰাজৰ এক টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদক কোনোপধ্যেই সহ্য নকৰে বুলি প্ৰতিজ্ঞাবদ্ধ হয় দুয়োখন দেশ৷

ফ্ৰান্সে ভাৰতৰ সৈতে লগ লাগি সদায়েই  সন্ত্ৰাসাদ নিৰ্মূলকৰণৰ বাবে আগবাঢ়ি যাব বুলিও সুষমা স্বৰাজক আশ্বাস প্ৰদান কৰে লে ড্ৰায়ানে৷ মাছুদ আজহাৰক নিষিদ্ধকৰণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়নৰ লগতো ফ্ৰান্সে আলোচনাত মিলিত হোৱা বুলি টেলিফোন যোগে ভাৰতৰ বৈদেশিক মন্ত্ৰীক জনাই ড্ৰায়ানে৷ মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ফ্ৰান্সৰ এই সিদ্ধান্তক আদৰণি জনাইছে স্বৰাজে৷ 

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চীনে মাছুদ আজহাৰক সন্ত্ৰাসাদীৰ আখ্যা প্ৰদান নকৰাৰ পাচতেই বিশ্বৰ বিভিন্নখন ৰাষ্ট্ৰৰ সমালোচনাৰ চিকাৰ হৈছিল ৰঙা চীন৷ চীনৰ প্ৰতাৰণাৰ পাচতেই ভাৰতৰ হকে আগবাঢ়ি আহিছে ফ্ৰান্স৷ শুকুৰবাৰে ফান্স মন্ত্ৰীসভাৰ এক বৈঠকত মাছুদ আজহাৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে সকলো ফাইনেন্সিয়েল কডো ৰুদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ফ্ৰান্সে৷ 
Swaraj_Francemar16.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.