ETV Bharat / bharat

অতিমাত্ৰা গৰমৰ বাবে উত্তৰ প্ৰদেশত বৃদ্ধি ৰোগীৰ সংখ্যা

অতিমাত্ৰা গৰমৰ বাবে চিকিৎসাধীন হ’ব লগীয়া হৈছে উত্তৰ প্ৰদেশৰ শ শ লোক ৷ চিকিৎসালয়ৰ চৌহদত বিৰ দি বাট নোপোৱা অৱস্থা ৷ চিন্তিত হৈ পৰিছে সকলো ৷

author img

By

Published : Jun 12, 2019, 1:37 AM IST

Updated : Jun 12, 2019, 7:17 AM IST

etv bharat

উত্তৰ প্ৰদেশ, 12 জুন: উত্তৰ প্ৰদেশত দিনক দিনে বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ৷ যাৰ বাবে গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে ৷ মঙলবাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহত দেখা পোৱা গ’ল ৰোগীৰ ভিৰ ৷ ৰাজ্যখনৰে চাদাৰ চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে প্ৰকাশ কৰা অনুসৰি, গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ 300 গৰাকীতকৈও অধিক হৈছেগৈ ৷ তেওঁলোকৰ ভিতৰত বেছিভাগেই ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত ব্যক্তি ৷

আৰক্ষী অধীক্ষকৰ জিলা চিকিৎসালয়ৰ চিকিৎসক ডা0 ৰাজ কুমাৰ গুপ্তাই প্ৰকাশ কৰা অনুসৰি, অত্যাধিক গৰমৰ বাবে হঠাতে ৰোগীৰ প্ৰকোপো বৃদ্ধি পাইছে ৷ সচৰাচৰ গ্ৰীষ্ম কালত লোকসকল হিট ষ্টক আৰু ডিহাইড্ৰেশ্যনত আক্ৰান্ত হয় ৷ অত্যাধিক ঘমাৰ ফলত ছালৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীও চিকিৎসালয়ত ভৰ্তি হোৱাৰ তথ্য আহি পৰিছে ৷ লগতে তেওঁ কয় যে, গৰমৰ দিনবোৰত বাহিৰত খাদ্য গ্ৰহণ কৰাৰ ফলত ডায়েৰিয়াত আক্ৰান্ত হৈছে অধিকাংশ লোক ৷

গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ দিন কেইটা গৰমৰ পৰা বাচি থকাৰ লগতে পৰ্যাপ্ত পৰিমানৰ পানী সেৱন কৰিবলৈ কয় ডা0 ৰাজ কুমাৰ গুপ্তাই ৷

https://www.aninews.in/news/national/general-news/gorakhpur-hospitals-see-sudden-rise-in-number-of-patients-as-heat-grips-region20190611212244/

sudden rise in number of patients as heat grips UP

উত্তৰ প্ৰদেশত অতিমাত্ৰা গৰমৰ বাবে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা

অতিমাত্ৰা গৰমৰ বাবে চিকিৎসাধীন হ’ব লগীয়া হৈছে উত্তৰ প্ৰদেশৰ শ শ লোক ৷  চিকিৎসালয়ৰ চৌহদত গৰমত আক্ৰান্ত হোৱা মানুহৰ পাৰ নোপোৱা ভিৰ ৷ চিন্তিত হৈ পৰিছে সকলো ৷

উত্তৰ প্ৰদেশ, 12 জুন: উত্তৰ প্ৰদেশত দিনক দিনে বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ৷ যাৰ বাবে গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে ৷ মঙলবাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহত দেখা পোৱা গ’ল ৰোগীৰ  ভিৰ ৷ ৰাজ্যখনৰে চাদাৰ চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে প্ৰকাশ কৰা অনুসৰি, গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ 300 গৰাকীতকৈও অধিক হৈছেগৈ ৷ তেওঁলোকৰ ভিতৰত বেছিভাগেই ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত ব্যক্তি ৷

আৰক্ষী অধীক্ষকৰ জিলা চিকিৎসালয়ৰ চিকিৎসক ডা0 ৰাজ কুমাৰ গুপ্তাই প্ৰকাশ কৰা অনুসৰি, অত্যাধিক গৰমৰ বাবে হঠাতে ৰোগীৰ প্ৰকোপো বৃদ্ধি পাইছে ৷ সচৰাচৰ গ্ৰীষ্ম কালত লোকসকল হিট ষ্টক আৰু ডিহাইড্ৰেশ্যনত আক্ৰান্ত হয় ৷ অত্যাধিক ঘমাৰ ফলত ছালৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীও চিকিৎসালয়ত ভৰ্তি হোৱাৰ তথ্য আহি পৰিছে ৷ লগতে তেওঁ কয় যে, গৰমৰ দিনবোৰত বাহিৰত খাদ্য গ্ৰহণ কৰাৰ ফলত ডায়েৰিয়াত আক্ৰান্ত হৈছে অধিকাংশ লোক ৷

গৰমত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ দিন কেইটা গৰমৰ পৰা বাচি থকাৰ লগতে পৰ্যাপ্ত পৰিমানত পানী সেৱন কৰিবলৈ কয় ডা0 ৰাজ কুমাৰ গুপ্তাই ৷
Last Updated : Jun 12, 2019, 7:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.