ETV Bharat / bharat

মহিলাৰ সুৰক্ষাৰ বাবে ড্ৰোণযুক্ত চেণ্ডেল

জিপিএচ সংযুক্ত এই চেণ্ডেল মহিলা সুৰক্ষাৰ বাবে তৈয়াৰ কৰা হৈছে ৷ কোনোৱে মহিলাগৰাকীক আক্ৰমণ কৰিলে চেণ্ডেলযোৰে ইলেক্ট্ৰিক শ্বক দিব ৷

উত্তৰ প্ৰদেশৰ অভিযান্ত্ৰীক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মহিলা সুৰক্ষাৰ বাবে তৈয়াৰ কৰিছে ড্ৰণ
author img

By

Published : Jun 4, 2019, 4:36 PM IST

মোৰাদাবাদ, 4 জুন: উত্তৰ প্ৰদেশৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এটা চেণ্ডেল ড্ৰোণ সাজি ওলাইছে ৷ জিপিএচ সংযুক্ত এই চেণ্ডেল মহিলাসকলৰ সুৰক্ষাৰ বাবে তৈয়াৰ কৰা হৈছে ৷ কোনোৱে মহিলাগৰাকীক আক্ৰমণ বা নিৰ্যাতনৰ চেষ্টা চলালে চেণ্ডেলযোৰে দুৰ্বৃত্তক ইলেক্ট্ৰিক শ্বক দিব ৷

উত্তৰ প্ৰদেশৰ অভিযান্ত্ৰীক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মহিলা সুৰক্ষাৰ বাবে তৈয়াৰ কৰিছে ড্ৰণ

মোৰাদাবাদ, 4 জুন: উত্তৰ প্ৰদেশৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এটা চেণ্ডেল ড্ৰোণ সাজি ওলাইছে ৷ জিপিএচ সংযুক্ত এই চেণ্ডেল মহিলাসকলৰ সুৰক্ষাৰ বাবে তৈয়াৰ কৰা হৈছে ৷ কোনোৱে মহিলাগৰাকীক আক্ৰমণ বা নিৰ্যাতনৰ চেষ্টা চলালে চেণ্ডেলযোৰে দুৰ্বৃত্তক ইলেক্ট্ৰিক শ্বক দিব ৷

উত্তৰ প্ৰদেশৰ অভিযান্ত্ৰীক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মহিলা সুৰক্ষাৰ বাবে তৈয়াৰ কৰিছে ড্ৰণ

Moradabad (UP), June 04 (ANI): Students of an engineering college in Uttar Pradesh's Moradabad claimed to have invented a sandal-drone security system equipped with GPS technology for women safety. Students also said that this sandal gives electric shock and women can use it for their self-defence. If sandal is being used in an alarming situation, it will directly send user's location to the police. While speaking to ANI, one of the students said, "This system is equipped with a sandal that gives electric shock that can be used for self-defence, it will directly send user's location to the police. Once a distress signal is sent, a drone will fly towards the user using the GPS tracker, it will sound an alarm, so that people who are in nearby, can come forward to help. The drone will also record a video that will help police in their investigation later on."
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.