ETV Bharat / bharat

সজাগতা প্ৰদানৰ বাবে মহিশূৰ ৰে'লৱে ষ্টেচনত থকা মূৰ্তিত মাস্ক পৰিধান - মাস্ক

মাস্কৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিবলৈ, মহিশূৰ ৰে'লৱে ষ্টেচনৰ বাহিৰত থকা মূৰ্তি সমূহক মাস্ক পৰিধান কৰায় ৰে'লৱে বিভাগে ।

Statues outside Mysuru railway station wear masks to aware passengers

author img

By

Published : May 23, 2020, 4:38 PM IST

নেশ্যনেল ডেস্ক, ২৩ মে': COVID-19ৰ এনে মহামাৰীৰ সময়ত যাত্ৰী সকলৰ মাজত সজাগতা প্ৰদানৰ লগতে মাস্কৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিবলৈ, মহিশূৰ ৰে'লৱে ষ্টেচনৰ বাহিৰত থকা মূৰ্তি সমূহক মাস্ক পৰিধান কৰায় ।

২২ মে'ত দক্ষিণ-পশ্চিম ৰে'লৱেৰ দ্বাৰা আন্তঃ ৰাজ্যিক ৰে'ল সেৱা সমূহ পুনৰ আংশিকভাৱে আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰে বিভাগটোৱে ।

SWR এ জাৰি কৰা এক অধিসূচনা অনুসৰি, বাংগালুৰুৰ পৰা হুবলী আৰু মহিশূৰৰ পৰা বাংগালুৰুলৈ দুখনকৈ বিশেষ ৰে'ল সেৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ।

যদিও ৰে'লৱে বিভাগে কেৱল কৰ'ণা মহামাৰীৰ লক্ষণ নথকা ব্যক্তিকহে যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু তেওঁলোকৰ গন্তব্য ৰাজ্যত তেওঁলোকে সম্পূৰ্ণ স্বাস্থ্যজনিত নিয়ম মানি চলিব লাগিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.