ETV Bharat / bharat

প্ৰতিবাদকাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবী এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ

জনজীৱন স্তব্ধ কৰা সকলো ব্যৱস্থা প্ৰত্যাহাৰৰ দাবী ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাৰতীয় কাৰ্যবাহী সঞ্চালক অবিনাশ কুমাৰে ৷

Statement by Amnesty International over Assam unrest
প্ৰতিবাদকাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবী এমনেষ্টি ইণ্টাৰনেশ্বনেলৰ
author img

By

Published : Dec 13, 2019, 1:32 PM IST

Updated : Dec 13, 2019, 3:58 PM IST

নিউজ ডেক্স,13 ডিচেম্বৰঃ ৰাজ্যত ক্ৰমাৎ হিংসাত্মক হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ সংঘাতে ৷ বুধবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত 2 জন লোকৰ মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এমনেষ্টি ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক অবিনাশ কুমাৰে ৷ "প্ৰায়কেইখন উত্তৰ পূৱৰ ৰাজ্যতে চলি থকা কেব বিৰোধী আন্দোলন অদমনীয় হৈ পৰিছে ৷ ভাৰত চৰকাৰে অতিশীঘ্ৰে সেনাবাহিনীক প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণাত্মক ন'হবলৈ আদেশ প্ৰেৰণ কৰা উচিত ৷ নাগৰিক সকলৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত "-মন্তব্য কৰে অবিনাশ কুমাৰে ৷

প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদৰ উত্তৰ হিচাপে চৰকাৰে ৰাজ্যত বলবৎ কৰিছে সান্ধ্য আইন , ইণ্টাৰনেটৰ বাতিলৰ লগতে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ মানৱ অধিকাৰ খৰ্ব হ'ব পৰা বিভিন্ন ব্যৱস্থা ৷ যি সময়ত চৰকাৰ তথা প্ৰশাসনৰ সাধাৰণ জনতাক সুৰক্ষা প্ৰদান কৰা তথা তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰাটো দায়িত্ব হ'ব লাগিছিল সেই সময়ত চৰকাৰে ইণ্টাৰনেট বন্ধৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰৰ মানদণ্ড নিম্নগামী কৰিছে ৷ ইণ্টাৰনেটৰ বাতিলকৰণে মানুহক তথ্য আদান প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে যিয়ে মানুহৰ মত প্ৰকাশৰ অধিকাৰ খৰ্ব কৰে ৷ এমনেষ্টি ইণ্টাৰনেশ্বনেলে ভাৰত চৰকাৰক এই স্থগিতাদেশ প্ৰত্যাহাৰৰ দাবী জনাইছে ৷ প্ৰতিবাদকাৰীৰ লগত শান্তিপূৰ্ণভাৱে মোকাবিলা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰত্যাহাৰৰো দাবী জনাইছে এমনেষ্টি ইণ্টাৰনেশ্বনেলে ৷

লগতে পঢ়কঃ লখিমপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি

SUBRAT  URGENT

---------- Forwarded message ---------
From: Verghese P <verghese.p@etvbharat.com>
Date: Fri, Dec 13, 2019 at 12:11 PM
Subject: Fwd: Statement by Amnesty International over Assam unrest
To: Mrinal Das <mrinal.das@etvbharat.com>, English Desk <englishdesk@etvbharat.com>

---------- Forwarded message ---------
From: Bilal Ahmad Bhat <bilalbhat@etvbharat.com>
Date: Fri, Dec 13, 2019 at 11:52 AM
Subject: Statement by Amnesty International over Assam unrest
To: Verghese P <verghese.p@etvbharat.com>, English Desk <englishdesk@etvbharat.com>, RAJESH KUMAR <rajeshkumarnational@etvbharat.com>, <tilaktummala@gmail.com>, <ceb@eenadu.net>, <hariceb@gmail.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Khursheed Wani <khursheed.wani@etvbharat.com>, Urdu Desk <urdudesk@etvbharat.com>
Cc: Bapineedu <kbc@etv.co.in>, Bapineedu K <kbc@etvbharat.com>, Prasenjit Singh <prasenjit.singh@etv.co.in>, Brihathi CH <brihathi@etvbharat.com>, <mnageswararao@eenadu.net>, Shams Naqui <shams.naqui@etvbharat.com>

Dear Colleagues

Please find a statement issued by Amnesty International over assam clashes.

Best regards

Bilal

Amnesty India

QUOTE

New Delhi

13 December, 2019

India: Excessive Force Used Against Civilians in Assam

Responding to the recent clashes between security forces and civilians, leading to the death of two civilians in Guwahati, Assam after police opened fire, Amnesty India’s Executive Director, Avinash Kumar said:

“As massive protests against the amendments in the Citizenship Act continue unabated in at least many north-eastern states of India, the Government of India must immediately order security forces to stop using excessive, including lethal force against protesters. It must ensure that the right to life is protected at all costs.

The government’s response to the protests in the region has included imposition of curfew, shutdown of internet services and detention of human rights activists. While authorities have a duty to protect the safety of people, they also have an obligation to respect and protect human rights. Blanket and indefinite suspension of internet services do not meet international human rights standards. These shutdowns affect the ability of internet users to seek, receive, and impart information, which is an integral part of the right to freedom of expression.

“These measures will only lead to further alienation of people in the region and escalate the risk of further human rights violations. Amnesty India calls upon the Government of India to lift the suspension. It urges both the centre and state governments to immediately engage with various sections of the people for a peaceful dialogue and repeal the discriminatory amendments," said Avinash Kumar.

BACKGROUND

Assam has witnessed a widespread anti-foreigner movement spanning over four decades. On 31 August 2019, the state concluded the updating of National Register of Citizens which left out 1.9 million people. Those excluded may appeal to the Foreigners Tribunals which would determine the citizenship of such persons. The amendments to the Citizenship Act enable irregular migrants belonging to Hindu, Sikhs, Buddhists, Jain, Parsi and Christian communities from Afghanistan, Bangladesh and Pakistan on or before 31 December 2014 to acquire Indian citizenship through naturalisation and registration.

While the deeply problematic Citizenship (Amendment) Bill was being debated in the Indian Parliament, massive protests broke out in Assam and Tripura. In response, the Government of India imposed an indefinite curfew in Guwahati and Dibrugarh, Assam and deployed large numbers of security forces in the states. Mobile internet services and broadband services were also suspended. The protests continue to spread to other neighbouring states like Meghalaya.

Last Updated : Dec 13, 2019, 3:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.