ETV Bharat / bharat

স্পইচজেটে বাতিল কৰিলে বয়িং 737 মেক্স বিমানৰ উৰণ

author img

By

Published : Mar 13, 2019, 10:54 AM IST

মঙলবাৰে চিভিল এভিয়েচনৰ সঞ্চালক প্ৰধানে বয়িং 737 মেক্স 8 বিমানৰ সেৱা বাতিল কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাইছে স্পইচজেটৰ

স্পইচজেটে বাতিল কৰিলে বোয়িং 737 মেক্স বিমানৰ সেৱা

নিউজ ডেস্ক, 13 মাৰ্চ: দেওবাৰে ইথুপীয়ান এয়াৰালাইঞ্চৰ বিমান দুৰ্ঘটনাত পতিত হৈ 157 জন লোকৰ মৃত্যু হোৱাৰ পিছতে স্পইচজেটে বাতিল কৰিলে বোয়িং 737 মেক্স বিমানৰ সেৱা ৷ চিভিল এভিয়েচনৰ সঞ্চালক প্ৰধানে মঙলবাৰে সাময়ীকভাৱে বোয়িং 737 মেক্স 8 বিমানৰ সেৱা বাতিল কৰা সিদ্ধান্তৰ প্ৰতি সহাৰি জনাই এই সিদ্ধান্ত স্পইচজেটৰ ৷

চিভিল এভিয়েচন মন্ত্ৰনালয়ে জনাই যে 12 খন বোয়িং 737 মেক্স বিমানৰ সেৱা ৱাতিল কৰা হৈছে ৷ বিমানকেইখনত জাবতিয় পৰিবৰ্তন আৰু সুৰক্ষা ব্যৱস্থাৱলী সমূহ অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত বিমানকেইখনৰ সেনা ভাৰতত বন্ধ থাকিব ৷

উললেখ্য যে কম ইন্ধনত চলা বিমানখন বোয়িংৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰী হোৱা বিমান ৷ বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে কম সময়তে পৃথিৱীৰ 100 গ্ৰাহকৰ পৰা 4700 অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Spicejet suspends Boeing 737 Max operation

tags: Boeing 737 MAX,Spicejet, Ministry of Civil Aviation, চিভিল এভিয়েচন মন্ত্ৰনালয়ে, India, Ethiopian Airlines, বোয়িং 737 মেক্স, ইথুপীয়ান এয়াৰালাইঞ্চ
Spicejet.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.