ETV Bharat / bharat

ৰে'লযোগে জম্মুত উপস্থিত প্ৰায় ৭০০ সৈনিক

author img

By

Published : Apr 21, 2020, 12:11 AM IST

সোমবাৰে প্ৰায় ৭০০ জন সেনা বাহিনীৰে এখন বিশেষ ৰে'ল উপস্থিত হয় জম্মু চহৰত । বাংগালুৰুত প্ৰশিক্ষণ শেষ কৰি ১৭ এপ্ৰিলত জম্মুলৈ ৰাওনা হৈছিল ৰে'লখন ।

জম্মু
প্ৰায় ৭০০ সৈন্যিক ৰে'ল যোগে উপস্থিত হয় জম্মু চহৰত

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ সোমবাৰে প্ৰায় ৭০০ জন সেনা বাহিনীৰ এখন বিশেষ ৰে'ল উপস্থিত হয় জম্মু চহৰত । মহামাৰী কৰ'ণা ভাইৰাছৰ বাধ্যতামূলক সতর্কতা অবলম্বন কৰাৰ পাচতে সৈন্যসকলক কৰ্তব্যত নিয়োগ কৰা হ'ব বুলি সদৰী কৰে বিষববীয়াই ।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰৱক্তা কৰ্ণেল দেবেন্দ্ৰে আনন্দয়ে কয় যে, প্ৰায় ৭০০ সৈনিকক লৈ যোৱা ৰে'লখনৰ সৈন্যসকলে ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে । যাৰ বাবে ১৭ এপ্ৰিলত বাংগালুৰুৰ পৰা জন্মুলৈ প্ৰেৰণ কৰা হয় সৈন্য বাহিনীক ।

জম্মু-কাশ্মীৰৰ LOCৰ সুৰক্ষা ব্যৱস্থা তথা উত্তৰ ভাৰতৰ সুৰক্ষা ব্যৱস্থা জোৰদাৰ কৰিবলৈ সৈনিকসকলক জন্মুলৈ বিশেষ ৰে'লৰে নিয়া হৈছে বুলি সদৰী কৰে ।

আনহাতে, জম্মু ৰে'ল ষ্টেছনত কৰ্মীসকল উপস্থিত হোৱাৰ পাচতে সেনাসকলৰ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হয় । স্ক্ৰিনিং হোৱাৰ পাচতে সেনা বাহিনীক জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.