ETV Bharat / bharat

বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ

author img

By

Published : Apr 29, 2019, 10:08 PM IST

2017চনত বিএচএফ ত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ’ মুকলি কৰাৰ বাবে তেজ বাহাদুৰ যাদৱক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 2017 চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত পাকিস্তান সীমান্তত থকা বিএচএফ কেম্পৰ পৰা চ’চিয়েল মিডিয়াত চাৰিটা ভিডিঅ’ আপ্লোড কৰিছিল তেওঁ, যিয়ে সমগ্ৰ দেশত খলকনি তুলিছিল ৷

বাৰাণসীৰ পৰা প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ

নিউজ ডেস্ক, 29 এপ্ৰিলঃ পূৰ্বে ঘোষণা কৰা প্ৰাৰ্থীক বদলি কৰি সমাজবাদী পাৰ্টীয়ে তেওঁৰ ঠাইত সোমবাৰে নিক্ষেপ কৰিলে প্ৰাক্তন বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক ৷ উল্লেখ্য যে, তেজ বাহাদুৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱা কথা আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীয়ে তেওঁ থিয় কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: আহি আছে ফেনী! দক্ষিণ ভাৰতত সতৰ্কতা জাৰী

উল্লেখ্য যে, তেজ বাহাদুৰ যাদৱক 2017 চনত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ ভাৰত পাকিস্তান সীমান্তত থকা বিএচএফৰ কেম্পত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ’ চ’চিয়েল মিডিয়াত মুকলি কৰাৰ অপৰাধতে বাবে তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ বিএচএফ কেম্পৰ পৰা চ’চিয়েল মিডিয়াত বাহাদুৰে আপ্লোড কৰা চাৰিটা ভিডিঅ’ই সমগ্ৰ দেশতে খলকনি তুলিছিল ৷

সমাজবাদী পাৰ্টীয়ে বহুজন সমাজ পাৰ্টী, ৰাষ্ট্ৰীয় লোক দলৰ লগত মিত্ৰজোঁটত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে 37 খন আসনত সমাজবাদী পাৰ্টী, 38 খন আসনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু 3 খন আসনত অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দলে প্ৰতিদ্বন্দিতা কৰিব ৷

বাৰাণসীত অহা 19 মে’ত নিৰ্বাচন অনুস্থিত হ’ব ৷

SP FIELDS FORMER BSF JAWAN TEJ BAHADUR YADAV AGAINST PM MODI

বাৰাণসীৰ পৰা প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ

নিউজ ডেস্ক, 29 এপ্ৰিল: সোমবাৰে সমাজবাদী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰাৰ্থী নিক্ষেপ কৰে ৷ পূৰ্বে ঘোষণা কৰা শালিনী যাদৱক বদলি কৰি তেওঁৰ ঠাইত প্ৰাক্তন বিএচএফ জোৱান তেজ বাহাদুৰ শাদৱক নিক্ষেপ কৰে দলটোৱে ৷ উল্লেখ্য যে তেজ বাহাদুৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুজঁত অৱতিৰ্ণ হোৱা কথা আছিল ৷

উল্লেখ কৰিব লগীয়া যে তেজ বাহাদুৰ যাদৱক 2017ত চাকৰীৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ বিএচএফ ত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ মুকলি কৰাৰ বাবে তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 2017 চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত পাৰিস্তান সিমান্তত থকা বিএচএফ কেম্পৰ পৰা চচিয়েল মিডিয়াত চাৰিটা ভনডিঅ আপ্লেড কৰিছিল যিয়ে সমগ্ৰ দেশত খলকনি তুলিছিল ৷ সমগ্ৰ দেশ জুকাৰি যেৱা এই ভিডিঅ কেইটাৰ বাবে তেওঁ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 

সমাজবাদী পাৰ্টীয়ে বহুজন সমাজ পাৰ্টী ৰাষ্ট্ৰীয় লোক দলৰ লগত মিত্ৰযুটঁত লোক সভা নিৰ্বাচনত অৱতীৰ্ন হৈছে ৷ ইয়াৰে 37 খন আসনত সমাজবাদী পাৰ্টী, 38 খন আসনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু 3 খন আসনত অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দলে প্ৰতিদ্বন্ধিতা কৰিব ৷

বাৰাণসীত অহা 19 মে’ত নিৰ্বাচন অনুস্থিত হ’ব ৷

tejmarch31_aYsPSqg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.