ETV Bharat / bharat

বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ - বহুজন সমাজ পাৰ্টী

2017চনত বিএচএফ ত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ’ মুকলি কৰাৰ বাবে তেজ বাহাদুৰ যাদৱক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 2017 চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত পাকিস্তান সীমান্তত থকা বিএচএফ কেম্পৰ পৰা চ’চিয়েল মিডিয়াত চাৰিটা ভিডিঅ’ আপ্লোড কৰিছিল তেওঁ, যিয়ে সমগ্ৰ দেশত খলকনি তুলিছিল ৷

বাৰাণসীৰ পৰা প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ
author img

By

Published : Apr 29, 2019, 10:08 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ পূৰ্বে ঘোষণা কৰা প্ৰাৰ্থীক বদলি কৰি সমাজবাদী পাৰ্টীয়ে তেওঁৰ ঠাইত সোমবাৰে নিক্ষেপ কৰিলে প্ৰাক্তন বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক ৷ উল্লেখ্য যে, তেজ বাহাদুৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱা কথা আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীয়ে তেওঁ থিয় কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: আহি আছে ফেনী! দক্ষিণ ভাৰতত সতৰ্কতা জাৰী

উল্লেখ্য যে, তেজ বাহাদুৰ যাদৱক 2017 চনত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ ভাৰত পাকিস্তান সীমান্তত থকা বিএচএফৰ কেম্পত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ’ চ’চিয়েল মিডিয়াত মুকলি কৰাৰ অপৰাধতে বাবে তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ বিএচএফ কেম্পৰ পৰা চ’চিয়েল মিডিয়াত বাহাদুৰে আপ্লোড কৰা চাৰিটা ভিডিঅ’ই সমগ্ৰ দেশতে খলকনি তুলিছিল ৷

সমাজবাদী পাৰ্টীয়ে বহুজন সমাজ পাৰ্টী, ৰাষ্ট্ৰীয় লোক দলৰ লগত মিত্ৰজোঁটত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে 37 খন আসনত সমাজবাদী পাৰ্টী, 38 খন আসনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু 3 খন আসনত অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দলে প্ৰতিদ্বন্দিতা কৰিব ৷

বাৰাণসীত অহা 19 মে’ত নিৰ্বাচন অনুস্থিত হ’ব ৷

SP FIELDS FORMER BSF JAWAN TEJ BAHADUR YADAV AGAINST PM MODI

বাৰাণসীৰ পৰা প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে বিএচএফ জোৱান তেজ বাহাদুৰ যাদৱক নিক্ষেপ সমাজবাদী পাৰ্টীৰ

নিউজ ডেস্ক, 29 এপ্ৰিল: সোমবাৰে সমাজবাদী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰাৰ্থী নিক্ষেপ কৰে ৷ পূৰ্বে ঘোষণা কৰা শালিনী যাদৱক বদলি কৰি তেওঁৰ ঠাইত প্ৰাক্তন বিএচএফ জোৱান তেজ বাহাদুৰ শাদৱক নিক্ষেপ কৰে দলটোৱে ৷ উল্লেখ্য যে তেজ বাহাদুৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুজঁত অৱতিৰ্ণ হোৱা কথা আছিল ৷

উল্লেখ কৰিব লগীয়া যে তেজ বাহাদুৰ যাদৱক 2017ত চাকৰীৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ বিএচএফ ত যোগান ধৰা খাদ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ মুকলি কৰাৰ বাবে তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 2017 চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত পাৰিস্তান সিমান্তত থকা বিএচএফ কেম্পৰ পৰা চচিয়েল মিডিয়াত চাৰিটা ভনডিঅ আপ্লেড কৰিছিল যিয়ে সমগ্ৰ দেশত খলকনি তুলিছিল ৷ সমগ্ৰ দেশ জুকাৰি যেৱা এই ভিডিঅ কেইটাৰ বাবে তেওঁ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ 

সমাজবাদী পাৰ্টীয়ে বহুজন সমাজ পাৰ্টী ৰাষ্ট্ৰীয় লোক দলৰ লগত মিত্ৰযুটঁত লোক সভা নিৰ্বাচনত অৱতীৰ্ন হৈছে ৷ ইয়াৰে 37 খন আসনত সমাজবাদী পাৰ্টী, 38 খন আসনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু 3 খন আসনত অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দলে প্ৰতিদ্বন্ধিতা কৰিব ৷

বাৰাণসীত অহা 19 মে’ত নিৰ্বাচন অনুস্থিত হ’ব ৷

tejmarch31_aYsPSqg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.