নতুন দিল্লী, 29 মে' : মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী তথা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ৷ বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ মন্ত্ৰীসভাই ৷
মোডীৰ শপতগ্ৰহণত উপস্থিত থাকিব ৰাহুল-ছোনিয়া - modi's swearing in ceremony
বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ মন্ত্ৰীসভাই ৷

মোডীৰ শপতগ্ৰহণত উপস্থিত থাকিব ৰাহুল-ছোনিয়া
নতুন দিল্লী, 29 মে' : মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী তথা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ৷ বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ মন্ত্ৰীসভাই ৷
sonia-rahul to attend modi's swearin in
মোডীৰ শপতগ্ৰহণত উপস্থিত থাকিব ৰাহুল-ছোনীয়া
নতুন দিল্লী, 29 মে' : মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী তথা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী৷ বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ মন্ত্ৰীসভাই৷
2014 চনতো মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল ছোনীয়া গান্ধী৷ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মনমোহন সিং আৰু গোলাম নবী আজাদকে ধৰি কংগ্ৰেছৰ ভালেকেইজন জ্যেষ্ঠ নেতাও৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সন্মুখত শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডী তথা তেওঁৰ মন্ত্ৰীসভাই৷