ETV Bharat / bharat

কাৰ্গিল যুদ্ধৰ কেইগৰাকীমান বীৰ ! - kargil

আজি সম্পূৰ্ণ হ'ল কাৰ্গিল যুদ্ধৰ 20 বছৰ

কাৰ্গিল যুদ্ধৰ কেইগৰাকীমান বীৰ!
author img

By

Published : Jul 26, 2019, 5:07 AM IST

Updated : Jul 26, 2019, 11:16 AM IST

আজি সম্পূৰ্ণ হ'ল কাৰ্গিল যুদ্ধৰ 20 বছৰ ৷ 'Remember, Rejoice আৰু Renew' বিষয়বস্তুৰে আজি পালন কৰা হ'ব "Operation Vijay" ৷ কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ সকলক শ্ৰদ্ধা আৰু সন্মান জনায় পালন কৰা হ'ব বিজয় দিৱস "অপাৰেচন বিজয়" ৷

1999 চনত সংঘটিত হৈছিল সেই বিশেষ যুদ্ধ যাৰ ফলত ভাৰতীয় সেনাৰ বীৰত্বৰ গাঁথা সমগ্ৰ বিশ্বই জানিব পাৰিছিল ৷ কাৰ্গিলত হোৱা সেই যুদ্ধক নাম দিয়া হৈছিল "অপাৰেচন বিজয়" ৷

1999 বৰ্ষত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ বিজয়ৰ জয়গান গোৱা কেইগৰাকীমান বিশেষ বীৰ হৈছেঃ

  • ৰাইফলমেন সঞ্জয় কুমাৰ
  • গ্ৰেনেডিয়েৰ যোগেন্ধ্ৰ সিং যাদভ
  • কেপ্টেইন বিক্ৰম বাটৰা
  • কেপ্টেইন মনোজ কুমাৰ পাণ্ডে
  • কেপ্টেইন অনুজ নাইয়াৰ
  • কেপ্টেইন এন কেঙ্গুৰুছে
  • লেফ্টেনেন্ট ননগ্ৰুম
  • মেজৰ পদ্মপানী আচাৰ্য
  • মেজৰ ৰাজেশ সিং অধিকাৰী
  • কলনেল সোনম ৱাঙ্গচুক
  • মেজৰ বিবেক গুপ্তা
  • আৰু নাইক দিগেন্দ্ৰ কুমাৰ

ইটিভি ভাৰতৰ তৰফৰ পৰা এই যুদ্ধত শ্বহীদ হোৱা সকলো বীৰলৈ অশেষ শ্ৰদ্ধা ৷

Intro:Body:

gsdfg

Conclusion:
Last Updated : Jul 26, 2019, 11:16 AM IST

For All Latest Updates

TAGGED:

kargil
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.