ETV Bharat / bharat

ধুমপানযুক্ত পৰিৱেশে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে

ধুম্ৰপানৰ দ্বাৰা সৃষ্টি হোৱা ধোৱাযুক্ত পৰিৱেশে বেছি ক্ষতি কৰে ধুম্ৰপান নকৰাসকলক ৷ ধুম্ৰপানৰ ধোৱাযুক্ত পৰিৱেশ উচ্চ ৰক্তচাপ বৃদ্ধিৰ অন্যতম কাৰণ ৷

উচ্চ ৰক্তচাপৰ আশংকা আৰু ধুম্ৰপান
author img

By

Published : May 4, 2019, 10:14 AM IST

নিউজ ডেস্ক, 4 মেঃ ধুমপান নকৰা লোকসকলে ধোৱাময় পৰিৱেশ ত্যাগ কৰা উচিত,যেতিয়ালৈকে ধোৱামুক্ত কৰা নহয় পৰিৱেশ ৷ ধুমপান কৰিলে সেৱন কৰোতাজনেই যে ক্ষতিগ্ৰস্ত হয় তেনে নহয়, ধুমপানৰ দ্বাৰা সৃষ্টি হোৱা ধোৱাযুক্ত পৰিৱেশে বেছি ক্ষতি কৰে ধুমপান নকৰা সকলক ৷ ইয়ে উচ্চ ৰক্তচাপৰ বৃদ্ধিৰ কাৰণ হৈ পৰে ধুমপান নকৰাৰ সকলৰ বাবে ৷

উচ্চ ৰক্তচাপৰ আশংকা আৰু ধুম্ৰপান

ধুমপান নকৰাসকলৰ ওপৰত চলোৱা এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি ধোৱাযুক্ত পৰিৱেশে অধিক ক্ষতিগ্ৰস্ত কৰে ধুমপান নকৰাসকলক ৷ ঘৰত অথবা কাৰ্যালয়ৰ ধোৱাযুক্ত পৰিৱেশে উচ্চ ৰক্তচাপৰ হোৱাৰ 13 % আশংকা বৃদ্ধি কৰে ৷ লগতে 20 বছৰ বয়সৰ পাছত ধুমপান সেৱন কৰা লোকৰ লগত সহবাস কৰিলে ইয়ে 15% উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে ৷ লগতে 10 বছৰ তথা 10 বছৰতকৈ অধিক সময় ধুমপানযুক্ত পৰিৱেশত থাকিলে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ 17% সম্ভাৱনা থাকে ৷ ইয়ৰো হাৰ্ট কেয়াৰৰ এক বিতং আলোচনাত গৱেষক বাইংগ জিন কিমে প্ৰকাশ কৰে এই তথ্য ৷ উল্লেখ্য যে, উচ্চ ৰক্তচাপ হৈছে বিশ্বজুৰি অকাল মৃত্যুৰ অন্যতম কাৰণ৷

New Delhi, May 04 (ANI): A non-smoker should leave a smoky room or car until it has been cleared, suggest researchers as secondhand smoke can cause high blood pressure and hypertension. "Our study in non-smokers shows that the risk of high blood pressure (hypertension) is higher with longer duration of passive smoking-but even the lowest amounts are dangerous," said author, Byung Jin Kim in the details discussed in the Meeting of EuroHeartCare. Passive smoking at home or work was linked with a 13% increased risk of hypertension. Living with a smoker after age 20 was associated with a 15% greater risk. Exposure to passive smoking for ten years or more was related to a 17% increased risk of hypertension. High blood pressure is the leading global cause of premature death. Previous research has suggested a link between passive smoking and hypertension in non-smokers.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.