ETV Bharat / bharat

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা

author img

By

Published : Aug 20, 2020, 7:55 PM IST

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক 10 আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতৰ মগজুৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে তেখেতৰ ক‘ভিড-19 পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল ৷

Slight improvement in Pranab Mukherjee's respiratory parameters, still on ventilatory support: Army hospital
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা

নতুন দিল্লী, 20 আগষ্ট : প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা হাওফাওৰ সংক্ৰমণ হোৱাৰ পাছত অধিক অৱনতি ঘটে ৷ সেনাৰ " ৰিছাৰ্চ এণ্ড ৰেফাৰেল" হাস্পতালে এই তথ্য সদৰি কৰে ৷ চিকিৎসালয় কতৃপক্ষই কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শ্বাস-প্ৰশ্বাসজনিত মানদণ্ডত কিছু উন্নতি হৈছে যদিও এতিয়াও সেয়া জীৱন ৰক্ষক প্ৰণালীত আছে ৷

উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক 10 আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতৰ মগজুৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে তেখেতৰ ক‘ভিড-19 পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল ৷

লগতে পঢ়ক : ৰোগীয়ে ঈশ্বৰ জ্ঞান কৰা চিকিৎসক গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.