ETV Bharat / bharat

দুয়োখন কোৰিয়ান দেশে নিজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমৰে সমাধান কৰা উচিত : সুৰক্ষা মন্ত্ৰণালয়

author img

By

Published : Jun 14, 2020, 8:15 PM IST

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিৰ্দেশকে দেওবাৰে পুৱা সুৰক্ষা আৰু সেনা জেনেৰেলৰ আৰু প্ৰভাৱশালী ব্যক্তি সকলৰ লগত জৰুৰীকালীন ভিডি'অ কনফাৰেন্সত মিলিত হয় । দুয়োখন দেশে সমস্যা সমাধানৰ বাবে চেষ্টা কৰা উচিত । আনকি দুয়োখন কোৰিয়ান দেশে নিজৰ সমস্যা সমূহ আলোচনাৰ মাধ্যমৰে সমাধান কৰা উচিত ।

skorea-urges-north-to-uphold-deals-amid-rising-animosities

নিউজ ডেস্ক, ১৪ জুন : কৰ'ণা মহামাৰীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰে দক্ষিণ কোৰিয়াই এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে । উক্ত বৈঠকত উত্তৰ কোৰিয়াই এটা যোগাযোগৰ কাৰ্যালয় ভাঙি দিয়াৰ পিছত দক্ষিণ কোৰিয়াই দেশখনক সকিয়নী প্ৰদান কৰে ।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিৰ্দেশকে দেওবাৰে ৰাতিপুৱা সুৰক্ষা আৰু সৈন্য জেনেৰেলৰ প্ৰভাৱশালী ব্যক্তি সকলৰ লগত জৰুৰীকালীন ভিডি'অ কনফাৰেন্সত মিলিত হয় ।

দুয়োখন কোৰিয়ান দেশে নিজৰ সমসা সমূহ আলোচনাৰ মাধ্যমৰে সমাধান কৰা উচিতঃ সুৰক্ষা মন্ত্ৰালয়

সুৰক্ষা মন্ত্ৰালয়ৰ পৰা জনোৱা অনুসৰি, দুয়োখন দেশে সমস্যা সমাধানৰ বাবে চেষ্টা কৰা উচিত । আনকি দুয়োখন কোৰিয়ান দেশে নিজৰ সমসা সমূহ আলোচনাৰ মাধ্যমৰে সমাধান কৰা উচিত ।

শনিবাৰে উত্তৰ কোৰিয়াৰ নেতা কিম জঙে জনায় যে, শীঘ্ৰে উত্তৰ কোৰিয়াৰ সামৰিক বাহিনীয়ে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব । আনকি উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সৈতে যোগাযোগ ব্যৱস্থা স্থগিত কৰিছে ।

লগতে পঢ়ক : ৮ বছৰৰ প্ৰিমিয়াম প্ৰদানৰ পিচত স্বাস্থ্য বীমা দাবী বৈধ নহয়: আই আৰ ডি এ আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.