ETV Bharat / bharat

অভিযুক্ত ঔৰংগবাদৰ অক্ষয় ঠাকুৰৰ গাঁৱত চেপা উত্তেজনা

ঔৰংগবাদৰ অক্ষয় ঠাকুৰক ফাঁচী কাঠত ওলমাৰ পিছতেই গাঁও লহং কৰমাৰ তানৱা থানাৰ সকলো অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ তেওঁৰ অঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লোকে ন্যায়পালিকাক ধন্যবাদ জনায় ৷

silence in the village of the culprit akshay thakur due to hanging
অভিযুক্ত ঔৰংগবাদৰ অক্ষয় ঠাকুৰৰ গাঁৱত চেপা উত্তেজনা
author img

By

Published : Mar 20, 2020, 4:39 PM IST

নিউজ ডেস্ক,20 মাৰ্চঃনিৰ্ভয়া কাণ্ডৰ মূল অভিযুক্তৰ ভিতৰত এজন হৈছে ঔৰংগবাদৰ অক্ষয় ঠাকুৰ ৷ অক্ষয় ঠাকুৰক ফাঁচী কাঠত ওলমাৰ পিছতেই তেওঁৰ গাঁও লহং কৰমাৰ তানৱা থানাৰ সকলো অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ সকলো লোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে যদিও তাৰ আশে-পাশে সকলো জিলাৰ লোকে ন্যায়পালিকাক ধন্যবাদ জনায় ৷ নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত পৱন,অক্ষয়,বিনয় আৰু মুকেশক 5 বাজি 30 মিনিটত তিহাৰ জেলত ফাঁচী দিয়া হয় ৷

ঔৰংগবাদৰ অক্ষয় ঠাকুৰক ফাঁচী

অভিযুক্ত ঔৰংগবাদৰ অক্ষয়ক ফাঁচী দিয়াৰ পিছতেই তেওঁৰ অঞ্চলত কোনোধৰণৰ লোক দেখা পোৱা গোৱা নাছিল ৷ যদিও দুই এজন লোক দেখা পোৱা গৈছিল তেওঁলোকে নিৰ্ভয়া কাণ্ডৰ ওপৰত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল ৷ নিৰ্ভয়া কাণ্ডৰ ঐতিহাসিক সিদ্ধান্তৰ ফলত সাধাৰণ জনতাৰ ন্যায়পালিকাৰ ওপৰত আৰু বেছি আস্থা আৰু বিশ্বাস জন্মিব ৷

ঔৰংগবাদৰ অক্ষয় ঠাকুৰক ফাঁচী

উল্লেখযোগ্য যে 2012 চনত দেশৰ ৰাজধানী দিল্লীত নিৰ্ভয়া নামৰ 23 বছৰীয়া যুৱতী এগৰাকীক সামূহিক বলৎকাৰ কৰা ঘটনাৰ আজি 7 বছৰৰ পিছত ৰায়দান সমাপ্ত হ‘ল ৷ তিহাৰ জেলৰ ফাঁচী ঘৰত আজি ফাঁচীৰ অন্তত তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ‘য় ৷ 2012 চনৰ 16 ডিচেম্বৰৰ দিনা নিশা এই ঘটনা সংঘটিত হৈছিল ৷

লগতে পঢ়কঃকোভিড-19ক লৈ প্ৰিয়ংকা চোপ্ৰাৰ সজাগতা অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.