ETV Bharat / bharat

আদিত্য ঠাকৰে উপ-মুখ্যমন্ত্ৰীৰ প্ৰস্তুাৱত মান্তি হ'ব লাগে শিৱসেনাঃ ৰামদাস আঠাৱলে - শিৱসেনা

মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি-শিৱসেনাৰ মাজত মতানৈক্য ৷ মুখ্যমন্ত্ৰীৰ পদক লৈ দুয়োটি দলৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা আৰ পি আই দলৰ নেতা ৰামদাস আঠাৱলেৰ মন্তব্য আদিত্য ঠাকৰে হ'ব লাগে উপ-মুখ্যমন্ত্ৰী ৷

ৰামদাস আঠাৱলে
author img

By

Published : Oct 28, 2019, 9:38 AM IST

Updated : Oct 28, 2019, 11:17 AM IST

নিউজ ডেস্ক, 28 অক্টোবৰঃ আদিত্য ঠাকৰেৰ উপ-মুখ্যমন্ত্ৰীৰ প্ৰস্তুাৱত মান্তি হ'ব লাগে শিৱসেনাই ৷ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তথা আৰ পি আই( RPI) দলৰ নেতা ৰামদাস আঠাৱেলৰ ৷

সদ্য ঘোষিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি-শিৱসেনাৰ মিত্ৰজোঁটে সৰ্বমুঠ 161 খন আসন লাভ কৰিছিল ৷ ইয়াৰ পাচতেই দুয়োটা দলৰ মাজত মুখ্যমন্ত্ৰীৰ পদক লৈ সৃষ্টি হৈছিল মতানৈক্যৰ ৷ শিৱসেনাই চৰকাৰ গঠনৰ ক্ষেত্ৰত 50-50 শতাংশ অংশীদাৰিত্ব বিচৰাৰ লগতে মুখ্যমন্ত্ৰী পদৰ দাবী জনাইছিল ৷ দুয়োটা দলৰ মাজত চলি থকা মতানৈক্য সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱেলে নিজৰ অভিমত ব্যক্ত কৰে ৷ তেখেতে কয় যে,ৰাইজৰ সিদ্ধান্তৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দুয়োটি দলে একেলগে বিষয়টোৰ মীমাংসা কৰিব লাগে ৷ যিহেতু ইয়াৰ পূৰ্বেও ৰাজ্যত বিজেপিৰ চৰকাৰ আছিল সেয়ে মোৰ মতে দেৱেন্দ্ৰ ফাড়নাবিছ মুখ্যমন্ত্ৰী আৰু আদিত্য ঠাকৰে উপ-মুখ্যমন্ত্ৰী হ'ব লাগে ৷

আদিত্য ঠাকৰে উপ-মুখ্যমন্ত্ৰীৰ প্ৰস্তুাৱত মান্তি হ'ব লাগে শিৱসেনাই

লগতে পঢ়ক মুখ্যমন্ত্ৰী আঠ নম্বৰৰ সন্তান, হিমন্ত চাৰি নম্বৰৰ: আজমল

মই নিজেই বিষয়টো সন্দৰ্ভত দুয়োটা দলৰে সৈতে আলোচনা কৰিম ৷ মোৰ বিশ্বাস আগন্তুক চাৰি-পাঁচ দিনৰ ভিতৰত আমি যিকোনো এক সিদ্ধান্তত উপনীত হ'ব পাৰিম বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Mumbai, Oct 28 (ANI): Union Minister of State for Social Justice and Empowerment and Revolutionary Party of India (RPI) leader Ramdas Athawale On October 27 said the Shiv Sena should accept the post of Deputy Chief Minister for Aditya Thackeray for five years. "I don't think the BJP will agree for rotational Chief Minister, but the position of Deputy Chief Minister can be given to Shiv Sena for 5 years. I think Shiv Sena should accept the Deputy Chief Minister's position for Aditya Thackeray and Devendra Fadnavis should be Chief Minister," said Athawale.
Last Updated : Oct 28, 2019, 11:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.