ETV Bharat / bharat

পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ ছাৰ্জীল ইমাম - পাঁচ দিন বাবে আৰক্ষীৰ জিম্মাত ছাৰ্জীল ইমাম

পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ছাত্ৰ নেতা ছাৰ্জীল ইমাম ৷ CAA ৰ বিৰোধিতা কৰি ভাইৰেল হোৱা এটা ভিডিঅ' ৰ বাবেই ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল বৰ্তমান JUN ৰ গৱেষণাৰ ছাত্ৰ ইমামৰ বিৰুদ্ধে ৷

ছাৰ্জীল ইমাম
পাঁচ দিন বাবে আৰক্ষীৰ জিম্মাত ছাৰ্জীল ইমাম
author img

By

Published : Jan 30, 2020, 11:08 AM IST

নিউজ ডেস্ক, 30 জানুৱাৰীঃ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ছাৰ্জীল ইমামক ৷ 28 জানুৱাৰীত বিহাৰৰ জহানাৱাদ পৰা গ্ৰেপ্তাৰ কৰা ইমামক বুধবাৰে অৰ্থাৎ 29 জানুৱাৰীত পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) ৰাজেশ দেবে ৷ ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লয় বুলি সদৰি কৰে আয়ুক্ত গৰাকীয়ে ৷

আনহাতে, আন এগৰাকী আৰক্ষী বিষয়াৰ মন্তব্য অনুসৰি, ছাৰ্জীল ইমাম আৰক্ষীৰ জিম্মাত থকা সময়ত কৰা মন্তব্যৰ ভিত্তিতে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান চলাব ৷

উল্লেখ্য যে, CAA ৰ বিৰোধিতাৰে আলিগড় জামিয়া-মিলিয়া বিশ্ববিদ্যালয়ত বিতৰ্কিত মন্তব্য কৰি চৰকাৰ তথা ৰাইজৰ ৰোষত পৰিছিল ছাত্ৰ নেতা ইমাম ৷ JNU ত বৰ্তমানও অধ্যয়নৰত ইমামৰ এটা ভিডিঅ' ভাইৰেল হোৱা পাচতে ৰাষ্ট্ৰদ্ৰোহৰ উপৰিও আন বহু অভিযোগ উত্থাপিত হৈছিল ছাত্ৰ জনৰ বিৰুদ্ধে ৷

25 জানুৱাৰীত দিল্লী আৰক্ষীয়ে আইপিচি ৰ ধাৰা 124(ৰাষ্ট্ৰদ্ৰোহ) আৰু 153 এ (ধৰ্ম, জাতি জন্ম স্থান, ভাষা, জাতি অথবা ধৰ্মক লৈ আঘাট কৰা ) ৰ অধীনত গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে ছাৰ্জীল ইমামক ৷

আৰু পঢ়কঃ আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!

ZCZC
PRI GEN NAT
.NEWDELHI DEL129
DL-SHARJEEL-LD PROBE
Sharjeel Imam to be questioned by cops
(Eds: With additional inputs)
         New Delhi, Jan 29 (PTI) Anti-CAA activist Sharjeel Imam, who was arrested by the Delhi Police's Crime Branch from Bihar's Jehanabad in a sedition case, will be questioned by the police for the next five days in connection with his alleged inflammatory speeches at the Jamia Millia Islamia University here and in Aligarh, officials said on Wednesday.
         Imam was arrested on Tuesday. He was brought to Delhi on Wednesday and produced at the residence of Chief Metropolitan Magistrate Purushottam Pathak in the evening amidst high security.
         Deputy Commissioner of Police (Crime) Rajesh Deo said they had been given Imam's five-day custody.
         A senior police officer said Imam will be questioned over the next five days and shown excerpts of his speeches.
         "We will also try to establish the sequence of events through his statement and find out who all were accompanying him at that time. If needed, others will also be questioned," the officer added.
         The PhD scholar at the Jawaharlal Nehru University's (JNU) Centre for Historical Studies has been booked for sedition and other charges in several states after videos of his alleged inflammatory speeches, made during protests against the Citizenship (Amendment) Act (CAA), were circulated on the social media.
         An FIR was registered against Imam by the Delhi Police on January 25 under IPC sections 124A (sedition) and 153A (promoting or attempting to promote disharmony or feelings of enmity on grounds of religion, race, place of birth, residence, language, caste or community or any other ground whatsoever) among others. PTI AMP
RC
01292329
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.