ETV Bharat / bharat

নতুন কৃষি আইন বিৰুদ্ধে উদ্ধৱ ঠাকৰে আৰু শাৰদ পাৱাৰৰ প্ৰতিবাদ - sharadpawar

মুম্বাইৰ আজাদ মৈদানত অনুষ্ঠিত হ'ব লগীয়া নতুন কৃষি আইন বিৰোধী প্ৰতিবাদত অংশ গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু নেচনেলিষ্ট কংগ্রেছ পাৰ্টি (এন চি পি)ৰ সভাপতি শাৰদ পাৱাৰে ৷

নতুন কৃষি আইন বিৰুদ্ধে উদ্ধৱ ঠাকৰে আৰু শাৰদ পাৱাৰৰ প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 10:52 AM IST

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: বিগত বছৰৰ শেষৰ পৰা দেশৰ কৃষক সকলে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে কোনো স্থায়ী সিদ্ধান্তত উপনীত হ'ব নোৱাৰাত দেশৰ বিভিন্ন দল-সংগঠনে সমালোচনা কৰি আহিছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু নেশ্যনেল কংগ্রেছ পাৰ্টি (এন চি পি)ৰ সভাপতি শাৰদ পাৱাৰে নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক সকলৰ সমৰ্থনত মুম্বাইত সাব্যস্ত কৰিব প্ৰতিবাদ ৷

মঙলবাৰে ৰাজ্যমন্ত্ৰী নৱাব মালিকে কয় যে,শাৰদ পাৱাৰে ২৫ জানুৱাৰীত আজাদ মৈদানত অনুষ্ঠিত হ'ব লগীয়া এই আন্দোলনত অংশগ্ৰহণ কৰিব। কিয়নো কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিও খন কৃষি বিলৰ বিৰোধ কৰি আহিছে এন চি পিয়ে ৷

লগতে পঢ়ক: মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.