ETV Bharat / bharat

ড্ৰ'ণ আৰু সুৰক্ষাঃ কিমান সুৰক্ষিত সাময়িক প্ৰযুক্তিৰ এক অভিনৱ সৃষ্টি ড্ৰ'ণ - ড্ৰ'ণ প্ৰযুক্তিৰ শেহতীয়া বাতৰি

চৌদি আৰবৰ তৈলক্ষেত্ৰত ড্ৰ'ণেৰে কৰা আক্ৰমণে সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে ৷ ইয়াৰ উপৰিও পাকিস্তানী ড্ৰ'ণে আকাশমাৰ্গৰ পৰা ভাৰতৰ পঞ্জাৱত ৰাইফল আৰু অস্ত্ৰ-শস্ত্ৰ পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰতিৰক্ষা আৰু সুৰক্ষা ক্ষেত্ৰত এক ভাবুকিৰ সৃষ্টি কৰিছে ড্ৰ'ণে ৷

সাময়িক প্ৰযুক্তিৰ এক অভিনৱ সৃষ্টি ড্ৰ'ণ
author img

By

Published : Oct 23, 2019, 12:08 AM IST

Updated : Oct 23, 2019, 12:02 PM IST

নিউজ ডেস্ক, 22 অক্টোবৰ: প্ৰতিৰক্ষা আৰু সুৰক্ষা ক্ষেত্ৰত এক ভাবুকিৰ সৃষ্টি কৰিছে ড্ৰ'ণে ৷ শেহতীয়াকৈ চৌদি আৰবৰ তৈলক্ষেত্ৰত ড্ৰ'ণেৰে কৰা আক্ৰমণে সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে ৷ ইয়াৰ উপৰিও কিছুদিনৰ পূৰ্বে পাকিস্তানী ড্ৰ'ণে আকাশমাৰ্গৰ পৰা ভাৰতৰ পঞ্জাৱত ৰাইফল আৰু অস্ত্ৰ-শস্ত্ৰ পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Security And Drones Latest News, Drone in India latest Update, Drone Technology and DGCA Update, DGCA Drone Latest Update, DGCA Drone Security Latest News, NSDI Hyderabad Latest Drone News, ভাৰতত ড্ৰ'ণ প্ৰযুক্তি নিউজ, অসামৰিক বিমান পৰিবহন নিউজ, ড্ৰ'ণ প্ৰযুক্তি আৰু সুৰক্ষা নিউজ, হায়দৰাবাদ ড্ৰ'ণ প্ৰযুক্তি প্ৰতিষ্ঠান নিউজ, প্ৰতিৰক্ষা আৰু ড্ৰ'ণ শেহতীয়া নিউজ, ড্ৰ'ণ প্ৰযুক্তিৰ শেহতীয়া বাতৰি, ভাৰতত ড্ৰ'ণৰ ব্যৱহাৰৰ বাতৰি
সাময়িক প্ৰযুক্তিৰ এক অভিনৱ সৃষ্টি ড্ৰ'ণ

সেনাবাহিনী হৈছে ড্ৰ'ণৰ সৰ্ববৃহৎ ক্ৰেতা ৷ ইয়াৰ উপৰিও ড্ৰ'ণ ব্যৱহাৰ কৰা হয় চুটি ছবি নিৰ্মাণ, বিবাহৰ ভিডিঅ' আৰু অন্য অনুষ্ঠানত ৷ ভাৰতত প্ৰায় 6 লাখ ড্ৰ'ণ ব্যৱহাৰ হৈ আছে আৰু সমগ্ৰ বিশ্বত 2021 লৈকে ড্ৰ'ণৰ বজাৰখন প্ৰায় 2200 কোটি মাৰ্কিন ডলাৰৰ হ'বগৈ বুলি অনুমান কৰা হৈছে ৷ ইয়াৰ ভিতৰত ভাৰতত ড্ৰ'ণৰ বজাৰখন হ'বগৈ 88.6 কোটি মাৰ্কিন ডলাৰৰ ৷ চৰকাৰে যদিও ড্ৰ'ণ সমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ ৰাডাৰৰ ব্যৱহাৰ কৰিছে কিন্তু এতিয়াও সম্পূৰ্ণ ৰূপে সফল হ'বগৈ পৰা নাই ৷ চৌদি আৰবৰ তৈলক্ষেত্ৰ আৰু আৰু ড্ৰ'ণৰ সহায়ত আমেৰিকাৰ তথ্য চুৰি হোৱাটো হৈছে ইয়াৰ এটা চমু উদাহৰণ ৷ চীনে অবৈধভাবে ড্ৰ'ণৰ সহায়ত তথ্য সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷ চীনে কম মূল্যত ড্ৰ'ন যোগান ধৰাৰ বাবে সমগ্ৰ বিশ্বৰ প্ৰায় 70% ড্ৰ'ণ চীনত নিৰ্মিত ৷

ভাৰতত ড্ৰ'ণৰ ব্যৱহাৰ ব্যক্তিগত প্ৰতিষ্ঠান সমূহৰ ভিতৰতে সীমাবদ্ধ ৷ চুটি ছবি নিৰ্মাণ আৰু চৰকাৰী সমীক্ষা সমূহতে সীমাৱদ্ধ হৈ আছে ড্ৰ'ণৰ ব্যৱহাৰ ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে(DGCA) ড্ৰ'ণৰ ব্যৱহাৰৰ নিয়ম সমূহত আনিছিল সালসলনি ৷ ইয়াৰ লগতে অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে বানিজ্যক ড্ৰ'ণৰ ব্যৱহাৰৰ পৰিসৰ বৃদ্ধি কৰাৰ কথাও চিন্তা কৰিছে ৷ পথাৰত কীটনাশক চতিয়াবলৈ ড্ৰ'ণৰ ব্যবহাৰৰ কথা চিন্তা কৰা হৈছে ৷ ইয়াৰ দ্বাৰা উপকৃত হ'ব কৃষকসকল ৷ ইয়াৰ লগতে জৰুৰীকালীন সময়ত নিতৌ ব্যৱহাৰ কৰা সামগ্ৰী আৰু ঔষধ যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব ড্ৰ'ণ ৷ ভাৰত চৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ৷ ৰাজ্যখনৰ 40,000 খন গাওঁৰ নক্সা তৈয়াৰ কৰিবলৈ সহায় লোৱা হ'ব ড্ৰ'ণৰ ৷

ড্ৰ'ণ ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাই ৷ দুয়োখন ৰাজ্যই সমান্তৰালভাবে স্থাপন কৰিছে ড্ৰ'ণ কৰ্পৰেশ্বন আৰু ড্ৰ'ণ চিটি ৷ দেশৰ প্ৰায় 50 টা ষ্টাৰ্ট-আপে নিজৰ গবেষণাৰ বাবে ব্যৱহাৰ কৰে ড্ৰ'ণ ৷ ড্ৰ'ণৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে(DGCA) ডিজিটেল স্কাই নামৰে এক অভিযান আৰম্ভ কৰিছিল ৷ লাখ টকা মূল্যৰ ওপৰৰ ড্ৰ'ণ ব্যৱহাৰৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছিল ৷ কিন্তু 250 গ্ৰাম ওজন আৰু 50 মিটাৰ উচ্চতালৈ উৰা মাৰিব পৰা ড্ৰ'ণৰ বাবে প্ৰয়োজন নহয় কোনো অনুমতিৰ ৷

ড্ৰ'ণ ব্যৱহাৰৰ প্ৰযুক্তি ব্যয়বহুল হোৱাৰ বাবে এই প্ৰযুক্তিক সকলো ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয় ৷ গনতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস আৰু নেতা সকলৰ সভাত এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় ৷ অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে(DGCA) নিয়ম বান্ধি দিয়াৰ পিছতো এই নিয়ম সমূহ মানি নচলে প্ৰতিষ্ঠান সমূহে ৷ ইয়াৰ উপৰিও ড্ৰ'ণ পাইলটৰ অভাৱ আছে ভাৰতত ৷ ভাৰত চৰকাৰে ড্ৰ'ণ পাইলটৰ প্ৰশিক্ষনৰ বাবে হায়দৰাবাদত স্থাপন কৰিছে নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট ৷ ঘন বসতি থকা অঞ্চল সমূহত ড্ৰ'ণে মানুহৰ ব্যক্তিগত জীৱনলৈ কঢ়িয়াই আনে ভাবুকি ৷ চুটি ছবি আৰু বিভিন্ন অনুষ্ঠানৰ নামত খৰ্ব কৰা হয় ব্যক্তিগত স্বাধীনতা ৷ এই বিষয় আৰু সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰ্দেশনা প্ৰনয়ণ কৰাটো হৈ পৰিছে গুৰুত্বপূৰ্ণ ৷

ATTN. BORNADIPA
Last Updated : Oct 23, 2019, 12:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.